আশা কৰো সকলোৱে ভিডিঅ' সমূহ আদৰি লব। চেনেলটোত বিভিন্ন ধৰণৰ বিষয়ৰ ভিডিঅ' আপলোড দিয়া হব। আপোনালোকৰ যদি কিবা পৰামৰ্শ থাকে তেন্তে আমাক জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ভিডিঅ' সমূহ চাই যদি ভাল পাইছে, এই চেনেলটো সকলোৱে subscribe কৰি দিব আৰু লগতে Bell icon তো টিপি দিব ।
Shared 56 years ago
72 views