নমস্কাৰ
বন্ধু-বান্ধৱী তথা সমূহ অসমবাসী ৰাইজ।
" Shiksha Mulok Barta" শিক্ষা মূলক বাৰ্তা " ইউটিউব চেনেলটিলৈ আপােনাক
প্রথমে স্বাগতম জনাইছাে।
এই চেনেলটোৰ জৰিয়তে শিক্ষাৰ লগত জঢ়িত সকলো ধৰণৰ খবৰ বোৰ দি যাম আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ।
লগতে এই চেনেলটোৰ জৰিয়তে আপােনালােকক অসম চৰকাৰ
আৰু ভাৰত চৰকাৰৰ সকলাে ধৰনৰ চাকৰিৰ খবৰ দিয়াৰ
লগতে উন্নত মানৰ ব্যক্তিগত খণ্ডৰ চাকৰিৰ খবৰ দিয়া হয়।
আৰু Apply কেনেকৈ কৰিব কি কি Document লাগিব
পৰীক্ষা কেনেকৈ হ'ব কেনে ধৰনৰ প্রশ্ন আহিব সকলাে তথ্য
দিয়া হয়।
# আৰু আপােনালােকৰ Request অনুসৰি Written
পৰীক্ষাৰ Preparation কৰি দিয়াৰ লগতে আপুনি
কোনটো Job ৰ বাবে কোনখন Book Study কৰিব অর্থাৎ
Book Suggestions কৰি দিয়া হয়।
# যিকোনাে Technical সমস্যাৰ বাবে যদি Request কৰা
হয় তেনেহলে Video বনাই Upload কৰা হ'ব।
-কেবল অসম তথা অসমীয়াৰ হকে আপােনাৰ
এই মৰমৰ "Shiksha Mulok Barta " ইউটিউব চেনেলটো
Subscribe কৰি, বেল আইকনটো বজাই ৰাখি আমাক
মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ
ধন্যবাদ
# Shiksha Mulok Barta
#শিক্ষা মূলক বাৰ্তা
ধন্যবাদ 1K subscriber Complete 18August2021
Shiksha Mulok Barta
ADRE appointment update 2026
4 months ago | [YT] | 0
View 0 replies
Shiksha Mulok Barta
Hi everyone, welcome to my new YouTube Community. Now you can post on my channel too. To get started, tell me in a post what you'd like to see next on my channel.
Visit my Community: youtube.com/@ShikshaMulokBarta/community
4 months ago | [YT] | 0
View 0 replies
Shiksha Mulok Barta
1 year ago | [YT] | 2
View 0 replies
Shiksha Mulok Barta
2 years ago | [YT] | 5
View 1 reply
Shiksha Mulok Barta
3 years ago | [YT] | 12
View 0 replies
Shiksha Mulok Barta
3 years ago | [YT] | 5
View 0 replies
Shiksha Mulok Barta
3 years ago | [YT] | 7
View 0 replies
Shiksha Mulok Barta
3 years ago | [YT] | 4
View 0 replies
Shiksha Mulok Barta
3 years ago | [YT] | 5
View 1 reply
Shiksha Mulok Barta
3 years ago | [YT] | 7
View 0 replies
Load more