The North-East Report

“নতুন খবৰ, নতুন দৃষ্টি”


Email: thenereport@gmail.com


The North-East Report

🔴 ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা: ৯ এপ্ৰিলত ভোটগ্ৰহণ, ৪ মে’ত ফলাফল

অসমৰ ৰাজনৈতিক আকাশত এতিয়া নিৰ্বাচনী উত্তাপ। ভাৰতীয় নিৰ্বাচন আয়োগে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিনটো।

#AssamElection2026 #BreakingNews #ElectionCommission #AssamPolitics #VotingDay #ResultDay #Democracy

3 months ago | [YT] | 1

The North-East Report

🔴 বিস্ফোৰক খবৰ: কংগ্ৰেছ এৰি বিজেপিলৈ যাব নেকি দেৱব্ৰত শইকীয়া?

অসমৰ ৰাজনীতিত পুনৰ এক মোক্ষম আঘাত! এইবাৰ খোদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক লৈ আৰম্ভ হৈছে তীব্ৰ চৰ্চা। ৰাজ্যসভাৰ আসনক কেন্দ্ৰ কৰি বিজেপি নেতৃত্বৰ সৈতে তেওঁ গোপন আলোচনাত বহাৰ খবৰে এতিয়া গৰম কৰি তুলিছে দিছপুৰৰ ৰাজনীতি। কংগ্ৰেছৰ এইজন জ্যেষ্ঠ নেতাই ল’ব নেকি এক ঐতিহাসিক সিদ্ধান্ত?

#BreakingNews #AssamPolitics #DebabrataSaikia #BJP #Congress #PoliticalTwist #AssamNews

4 months ago | [YT] | 0

The North-East Report

🔴 অভয়াপুৰীত শোকাৱহ ঘটনা: ঘৰৰ ৰং কৰি থকা অৱস্থাতে চাঙৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু।

#Abhayapuri #Tragedy #Accident #BongaigaonNews #PainfulNews #AssamNews

4 months ago | [YT] | 0

The North-East Report

#KOKRAJHAR | কোকৰাঝাৰত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন; কাৰিগাঁৱৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত।

5 months ago | [YT] | 0

The North-East Report

Bongaigaon: Minister Krishnendu Paul reviews key PWD, Animal Husbandry, and Fisheries schemes. Focus on PMGSY and National Gokul Mission progress. #AssamDevelopment

https://thenortheastreport.blogspot.com/2025/12/minister-krishnendu-paul-reviews.html?m=1

Our WhatsApp Channel:
https://whatsapp.com/channel/0029Vb6cUmZEVccCOgipAI04

6 months ago | [YT] | 0

The North-East Report

📌 অসম আৰক্ষীত বৃহৎ সুযোগ: ৫ ডিচেম্বৰত ৫০০০ নতুন চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব, মুখ্যমন্ত্ৰীৰ ঘোষণা।

6 months ago | [YT] | 0

The North-East Report

📌 প্ৰথমে অপহৰণ, তাৰপিছত মুক্তিৰ বাবে ২০ লাখ টকাৰ দাবী!
📌 বীৰ লাচিত সেনাৰ কাণ্ডত চাঞ্চল্য — আৰক্ষীৰ জালত সংগঠনৰ ৮ সদস্য!
📌 গ্ৰেপ্তাৰ— ইনজামুল হক, বিশ্বজিত দলে, ৰোহন আলী, বিৰাজ কলিতা, নিতু আহমেদ, মোহন বৰা, চিন্ময় দেৱ আৰু ৰিয়াজ আহমেদ।
📌 ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চঞ্চল্য।

8 months ago | [YT] | 0

The North-East Report

📌 আজি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ জন্ম বার্ষিকী বিশেষ দিনটোত পিতৃক স্মৰণ পুত্ৰৰ।

8 months ago | [YT] | 0