Nalini Kanta Deka

মোৰ You Tube Channel "নলিনী কান্ত ডেকা/Nalini Kanta Deka" লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ...মই এই Channel টোৰ জৰিয়তে ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ বাবে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ, Information আৰু বিভিন্ন ধৰণৰ অনুপ্ৰেৰণামূলক ভিডিঅ' প্ৰস্তুত কৰি আহিছো । আপোনালোক সকলোৱে যেন মোৰ Channel টো চাই । আহক আমি সকলোৱে Digitally শিক্ষা গ্ৰহণ কৰো..Lets Moving Towards Digital for Knowledge and Information Sharing...

আনুগ্ৰহ কৰি Video টো চাই Like আৰু Share কৰিব আৰু Channel টো SUBSCRIBE কৰিব নাপাহৰিব । আশাঁকৰো Comment কৰি ভুল শুদ্ধ বোৰ দেখুৱাই দি আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব...

নলিনী কান্ত ডেকা...

Plz Subscribe my You Tube Channel "Nalini Kanta Deka". And to follow me on Social Media plz search...

Nalini Kanta Deka

সকলোৱে এবাৰ চাব বুলি আশা থাকিল

https://youtu.be/tQ2BgSpeofo?si=ktkNC...

1 month ago | [YT] | 2

Nalini Kanta Deka

আমাৰ WhatsApp Channel ত যোগদান কৰক। যোগদান কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰক।
whatsapp.com/channel/0029Va9Z...

*গ্ৰুপতকৈ চেনেল কিয় ভাল?*
চেনেলত কোনেও আপোনাৰ *মোবাইল নম্বৰ, নাম আৰু ফটো* চাব নোৱাৰিব। ইয়াৰ ফলত আপোনাৰ গোপনীয়তা সুৰক্ষিত হ’ব। ইয়াৰ লগতে অবাঞ্চিত Messages আৰু Scams হ্ৰাস হ’ব।

*এই WhatsApp Group ৰ কি হব?*
ইতিমধ্যে গোটত সদস্যৰ নতুন যোগদান বন্ধ কৰি দিয়া হৈছে। লাহে লাহে সকলো সদস্যক চেনেললৈ স্থানান্তৰিত কৰাৰ পিছত আমাৰ হোৱাটছএপ গ্ৰুপ বন্ধ হৈ যাব।

*কিয় হোৱাটছএপ গ্ৰুপ বন্ধ কৰা হ’ব?*
শেহতীয়াকৈ আমি Scam আৰু Policy Violation ৰ ব্যাপক বৃদ্ধি দেখিবলৈ পাইছো। কেইবাজনো গ্ৰুপৰ সদস্যই গ্ৰুপৰ পৰা নম্বৰ সংগ্ৰহ কৰি আমাৰ আন সদস্যসকলক হাৰাশাস্তি কৰি আছে। ইয়াৰ বাবেই আমি পুনৰ চিন্তা কৰি গ্ৰুপৰ সলনি চেনেল ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছো।

_আমি আপোনালোক সকলোকে অনুৰোধ জনাইছো যে আমাৰ চেনেলৰ লিংকটো আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যলৈ শ্বেয়াৰ কৰক। ইয়াৰ দ্বাৰা আমাৰ চেনেলটো শক্তিশালী কৰাত সহায়ক হ'ব।_

25

6

1 year ago | [YT] | 10

Nalini Kanta Deka

আমাৰ WhatsApp Channel ত যোগদান কৰক। যোগদান কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰক।
whatsapp.com/channel/0029Va9ZQAJ1NCrYHBIwjK0F

*গ্ৰুপতকৈ চেনেল কিয় ভাল?*
চেনেলত কোনেও আপোনাৰ *মোবাইল নম্বৰ, নাম আৰু ফটো* চাব নোৱাৰিব। ইয়াৰ ফলত আপোনাৰ গোপনীয়তা সুৰক্ষিত হ’ব। ইয়াৰ লগতে অবাঞ্চিত Messages আৰু Scams হ্ৰাস হ’ব।

*এই WhatsApp Group ৰ কি হব?*
ইতিমধ্যে গোটত সদস্যৰ নতুন যোগদান বন্ধ কৰি দিয়া হৈছে। লাহে লাহে সকলো সদস্যক চেনেললৈ স্থানান্তৰিত কৰাৰ পিছত আমাৰ হোৱাটছএপ গ্ৰুপ বন্ধ হৈ যাব।

*কিয় হোৱাটছএপ গ্ৰুপ বন্ধ কৰা হ’ব?*
শেহতীয়াকৈ আমি Scam আৰু Policy Violation ৰ ব্যাপক বৃদ্ধি দেখিবলৈ পাইছো। কেইবাজনো গ্ৰুপৰ সদস্যই গ্ৰুপৰ পৰা নম্বৰ সংগ্ৰহ কৰি আমাৰ আন সদস্যসকলক হাৰাশাস্তি কৰি আছে। ইয়াৰ বাবেই আমি পুনৰ চিন্তা কৰি গ্ৰুপৰ সলনি চেনেল ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছো।

_আমি আপোনালোক সকলোকে অনুৰোধ জনাইছো যে আমাৰ চেনেলৰ লিংকটো আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যলৈ শ্বেয়াৰ কৰক। ইয়াৰ দ্বাৰা আমাৰ চেনেলটো শক্তিশালী কৰাত সহায়ক হ'ব।_

2 years ago | [YT] | 25

Nalini Kanta Deka

প্ৰতিখন LP/ME/HS আৰু HS School ৰ বাবে

2 years ago | [YT] | 1

Nalini Kanta Deka

https://youtu.be/In1jAizjxjU

School Rule Book কি হয় ।আজি শিক্ষা বিভাগে প্ৰতিখন বিদ্যালয়ৰ বাবে ২৬ টা নীতি/নিৰ্দেশনা প্ৰকাশ কৰে ।

3 years ago | [YT] | 12

Nalini Kanta Deka

https://youtu.be/8fj9nlzbkRI

All Regular Teacher have to Upload some Documents in Fin Assam Portal with in 30th June 2023. Salary Urgent .

3 years ago | [YT] | 11