Satyajit Morang

শুভ মুক্তি
https://youtu.be/_BhnPtJQInQ
Share it please

সমূহ ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আজি আমাৰ "AIPÉ MÉ:NAMOI" গীতটিৰ ভিডিঅটি আপোনালোকৰ মাজলৈ আগবঢ়ায় দিয়া হ'ল। আশা কৰোঁ আপোনালোক সকলোৱে গীতটি মৰমেৰে আকোঁৱালি ল'ব।।

3 years ago | [YT] | 314

Satyajit Morang

🙏🙏My Sister Vlog Video, Hokolue aber sabo ,lgote Subscribe, tu Kori DBO..

3 years ago | [YT] | 96

Satyajit Morang

জীৱন এক যুঁজ জীৱনেই শিকাই প্ৰতিটো মুহূৰ্তত সুখ ,দুখ,কষ্ট আশা,নিৰাশা আৰু জয়, পৰাজয় ৰ সোৱাদ ৷ পৰাজয় হলেও কেতিয়াও হতাশ হোৱা নাই ৷ জীৱনৰ প্ৰতিটো মুহূৰ্ততে যুঁজিবলৈ সাজু আছোঁ ৷

4 years ago | [YT] | 1,647

Satyajit Morang

https://youtu.be/55ibocW0y_A
Please Like, comments, share & subscribe ❤️❤️❤️🙏🙏

4 years ago | [YT] | 2,213

Satyajit Morang

প্ৰিয় সতীৰ্থ বৃন্দ,
নমস্কাৰ গ্ৰহণ কৰিব। আপোনাক আপোনাসৱক জনাব পাই সুখী হৈছো যে আমাৰ গৌৰৱ অসমৰ সন্তান , ১ নং কচুতলি গাওঁৰ ধেমাজি জিলাৰ নিবাসী শ্ৰীমতী আপ্পুন পেগু বৰ্তমান DID Little Master Reality showত অংশগ্ৰহণ কৰি আছে । সেয়েহে সকলোৱে যেন Instagramত গৈ Zeetv search কৰি APPUN PEGUক support কৰিবলৈ বিনম্ৰ অনুৰোধ জনালো🙏🙏🙏
Vote 4 Appun
Vote 4 Appun
Vote 4 Appun

4 years ago | [YT] | 913

Satyajit Morang

Happy Bihu || new high vlog 2022 https://youtu.be/Ht4hwub4bNU
সকলোলৈকে অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নতুন বৰ্ষৰ শুভকামনা যাচিলো। বহাগ বিহুয়ে কঢ়িয়াই আনক আপোনালোকৰ সাহস আৰু সৃষ্টিৰ অন্তহীন প্ৰেৰণা।

4 years ago (edited) | [YT] | 1,597