NAME - KUMAR SWARNA Vill+ po - chiponsila dist- bongaigaon Assam
Kumar Swarna Musical
2 months ago | [YT] | 19
View 1 reply
https://youtu.be/vw_j4VRdwXA
3 months ago | [YT] | 1
View 0 replies
Heri Xunisane Ni | Assamese Wedding song |Kumar Swarna | Banjit Banju X Manashi | Anurag Sarmah https://youtu.be/vw_j4VRdwXAহেৰি! শুনিছানে নাই গীতটি কিছু পলমকৈ শুভমুক্তি দিয়া হ’ব গতিকে আপোনালোকে কিছু অপেক্ষা কৰিব লাগিব॥🎼🎼🎼
আহি আছে দেই ৰাইজ“ হেৰি! শুনিছানে নাই “stay 🎵 tuneComing 🔜 25 February মোৰ কথা~সুৰ আৰু সংগীতেৰে সমৃদ্ধ লগতে অনুৰাগ শৰ্মাৰ শব্দ সংমিশ্ৰণেৰে আৰু অজয় দাৰ 🎸 আৰু লগতে জ্যোতিস্মিত দাসৰ বাঁহী সংগতৰ প্ৰয়াসত আমাৰ মৰমৰ হেৰি শুনিছানে নাই অহা ২৫ ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ মাজত মোৰ Kumar Swarna Musical ইউটিউৱ চেনেলটিত শুভমুক্তি দিবলৈ আগবাঢ়িছোঁ গতিকে আপোনালোকৰ পৰা অকনমান মৰম আশীৰ্বাদ বিচাৰিছোঁ ॥#newsong#assameseweddingsong#nonfollowers#followers#hightlights
3 months ago | [YT] | 17
https://youtube.com/watch?v=XKCSVVbOp...আমাৰ প্ৰথম প্ৰয়াসতFinally out now অবশেষত শুভমুক্তি দিয়া হ’ল নিয়ৰৰ জুনুকা 🎬 webfilmগতিকে সকলোৱে উপভোগ কৰিব বুলি আশা কৰিলোঁ। আৰু লগতে কেনেকুৱা পায় জনাব ভাল পালে আনকো share কৰিব বুলি আশা কৰিলোঁ।
5 months ago | [YT] | 5
🎬নিয়ৰৰ জুনুকা🎬ASSAMESE WEB FLIM 2026প্ৰথম প্ৰয়াসতআপোনালোকক জনাব পাই আমি অত্যন্ত সুখী হৈছো যে আপোনালোকে অপেক্ষা কৰি থকা আমাৰ বোলছবিখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে গতিকে অতি সনকালে আপোনালোকৰ সন্মুখন আমি “নিয়ৰৰ জুনুকা” Team য়ে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতেই Youtube Channel KUMAR SWARNA MUSICAL youtube.com/@kumarswarnamusical?si=CrvE6V7UoVNXMVV…ত শুভমুক্তি দিম। গতিকে আপোনালোকৰপৰা মৰম আশীৰ্বাদ বিচাৰিছোঁ।এই বোলছবিখন সমাজত প্ৰচলিত কিছুমান ঘটনাৰ লগতে কাল্পনিক চৰিত্ৰ ৰূপায়ন কৰি কাহিনীভাগ সৃষ্টি কৰা হৈছে।লগতে ছবিখনত তিনিটা গীত সন্নিবিষ্ট আছে, কিছু সুখৰ কিছু বেছিকৈ দুখৰ লগতে কিছু হাস্যকৰ আভাস পোৱা যাব।শেষত আপোনালোক সকলোৰে পৰা মৰম আশীৰ্বাদ বিচাৰিছোঁ।www.instagram.com/kumar_swarna_official?igsh=MXZhM…#nonfollower#assamesewebmovie#upcommingprojact#hightlights#JusticeForZubeenGarg
5 months ago | [YT] | 23
আগন্তক ব'হাগ বিহু তথা ৰঙালী বিহুৰ শুভেচ্ছাৰেএইবেলিও আমি বিভিন্ন ন-পুৰণি গীতৰ সমাহাৰ লৈ গীত পৰিৱেশন কৰিবলৈ সাজু হৈছো যদি আপোনালোৰ কাষৰ বিহু মঞ্চত আমাক বিচাৰে তেন্তে পোনপটীয়াকৈ তলত দিয়া নম্বৰত যোগাযোগ কৰক॥
1 year ago | [YT] | 8
‘’D A N G O R P O S T E R’’_______________________Kumar Swarna’sAssamese Rap songআজি শুভ মুক্তিৰ পথতমোৰ প্ৰথম নিবেদন Rap গীত প্ৰয়াস॥অসমৰ বৰ্তমান পৰিৱেশ পৰিষ্টিটিক লৈমোৰ মৰমৰ ভাইটি শংকৰজ্যোতি আৰুমোৰ কলমেৰে লিখিবলৈ প্ৰয়াস কৰিলোঁভুল হোৱাটো নিশ্চিত ভুলবোৰ ইতিবাচকচিন্তাৰে আঙুলিয়াই দিলে সুখী হ’ম, গীতটিগোৱাৰ লগতে সংগীত ব্যৱস্হাপনাওকৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু পিছলৈঅনুৰাগ শৰ্মা ভাইটিয়ে শব্দখিনিসংমিশ্ৰন কৰি দিয়ে।ভিদিওটো সংগ্ৰহ আৰু ব্যৱস্হাপনাৰক্ষেত্ৰত বন্ধু মৃগাঙ্কই(মিকুলু) আৰুভাইটি চাধীনে সহযোগিতা আগবঢ়াইছে।#Rapsong#Dangorposter#newsong#follower#hightlights
1 year ago | [YT] | 7
https://youtu.be/YpdabptGcIw
1 year ago | [YT] | 3
Load more
Kumar Swarna Musical
2 months ago | [YT] | 19
View 1 reply
Kumar Swarna Musical
https://youtu.be/vw_j4VRdwXA
3 months ago | [YT] | 1
View 0 replies
Kumar Swarna Musical
Heri Xunisane Ni | Assamese Wedding song |Kumar Swarna | Banjit Banju X Manashi | Anurag Sarmah
https://youtu.be/vw_j4VRdwXA
হেৰি! শুনিছানে নাই
গীতটি কিছু পলমকৈ শুভমুক্তি দিয়া হ’ব গতিকে আপোনালোকে কিছু অপেক্ষা কৰিব লাগিব॥
🎼🎼🎼
3 months ago | [YT] | 1
View 0 replies
Kumar Swarna Musical
আহি আছে দেই ৰাইজ
“ হেৰি! শুনিছানে নাই “
stay 🎵 tune
Coming 🔜
25 February
মোৰ কথা~সুৰ আৰু সংগীতেৰে সমৃদ্ধ লগতে অনুৰাগ শৰ্মাৰ শব্দ সংমিশ্ৰণেৰে আৰু অজয় দাৰ 🎸 আৰু লগতে জ্যোতিস্মিত দাসৰ বাঁহী সংগতৰ প্ৰয়াসত আমাৰ মৰমৰ হেৰি শুনিছানে নাই অহা ২৫ ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ মাজত মোৰ Kumar Swarna Musical ইউটিউৱ চেনেলটিত শুভমুক্তি দিবলৈ আগবাঢ়িছোঁ গতিকে আপোনালোকৰ পৰা অকনমান মৰম আশীৰ্বাদ বিচাৰিছোঁ ॥
#newsong
#assameseweddingsong
#nonfollowers
#followers
#hightlights
3 months ago | [YT] | 17
View 0 replies
Kumar Swarna Musical
https://youtube.com/watch?v=XKCSVVbOp...
আমাৰ প্ৰথম প্ৰয়াসত
Finally out now
অবশেষত শুভমুক্তি দিয়া হ’ল
নিয়ৰৰ জুনুকা 🎬 webfilm
গতিকে সকলোৱে উপভোগ কৰিব বুলি আশা কৰিলোঁ। আৰু লগতে কেনেকুৱা পায় জনাব ভাল পালে আনকো share কৰিব বুলি আশা কৰিলোঁ।
5 months ago | [YT] | 5
View 0 replies
Kumar Swarna Musical
🎬নিয়ৰৰ জুনুকা🎬
ASSAMESE WEB FLIM 2026
প্ৰথম প্ৰয়াসত
আপোনালোকক জনাব পাই আমি অত্যন্ত সুখী হৈছো যে আপোনালোকে অপেক্ষা কৰি থকা আমাৰ বোলছবিখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে গতিকে অতি সনকালে আপোনালোকৰ সন্মুখন আমি “নিয়ৰৰ জুনুকা” Team য়ে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতেই
Youtube Channel
KUMAR SWARNA MUSICAL
youtube.com/@kumarswarnamusical?si=CrvE6V7UoVNXMVV…
ত শুভমুক্তি দিম। গতিকে আপোনালোকৰ
পৰা মৰম আশীৰ্বাদ বিচাৰিছোঁ।
এই বোলছবিখন সমাজত প্ৰচলিত কিছুমান ঘটনাৰ লগতে কাল্পনিক চৰিত্ৰ ৰূপায়ন কৰি কাহিনীভাগ সৃষ্টি কৰা হৈছে।লগতে ছবিখনত
তিনিটা গীত সন্নিবিষ্ট আছে, কিছু সুখৰ কিছু বেছিকৈ দুখৰ লগতে কিছু হাস্যকৰ আভাস পোৱা যাব।
শেষত আপোনালোক সকলোৰে পৰা মৰম আশীৰ্বাদ বিচাৰিছোঁ।
www.instagram.com/kumar_swarna_official?igsh=MXZhM…
#nonfollower
#assamesewebmovie
#upcommingprojact
#hightlights
#JusticeForZubeenGarg
5 months ago | [YT] | 23
View 1 reply
Kumar Swarna Musical
আগন্তক ব'হাগ বিহু তথা ৰঙালী বিহুৰ শুভেচ্ছাৰেএইবেলিও আমি বিভিন্ন ন-পুৰণি গীতৰ সমাহাৰ লৈ গীত পৰিৱেশন কৰিবলৈ সাজু হৈছো যদি আপোনালোৰ কাষৰ বিহু মঞ্চত আমাক বিচাৰে তেন্তে পোনপটীয়াকৈ তলত দিয়া নম্বৰত যোগাযোগ কৰক॥
1 year ago | [YT] | 8
View 0 replies
Kumar Swarna Musical
‘’D A N G O R P O S T E R’’
_______________________
Kumar Swarna’s
Assamese Rap song
আজি শুভ মুক্তিৰ পথত
মোৰ প্ৰথম নিবেদন Rap গীত প্ৰয়াস॥
অসমৰ বৰ্তমান পৰিৱেশ পৰিষ্টিটিক লৈ
মোৰ মৰমৰ ভাইটি শংকৰজ্যোতি আৰু
মোৰ কলমেৰে লিখিবলৈ প্ৰয়াস কৰিলোঁ
ভুল হোৱাটো নিশ্চিত ভুলবোৰ ইতিবাচক
চিন্তাৰে আঙুলিয়াই দিলে সুখী হ’ম, গীতটি
গোৱাৰ লগতে সংগীত ব্যৱস্হাপনাও
কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু পিছলৈ
অনুৰাগ শৰ্মা ভাইটিয়ে শব্দখিনি
সংমিশ্ৰন কৰি দিয়ে।
ভিদিওটো সংগ্ৰহ আৰু ব্যৱস্হাপনাৰ
ক্ষেত্ৰত বন্ধু মৃগাঙ্কই(মিকুলু) আৰু
ভাইটি চাধীনে সহযোগিতা আগবঢ়াইছে।
#Rapsong
#Dangorposter
#newsong
#follower
#hightlights
1 year ago | [YT] | 7
View 0 replies
Kumar Swarna Musical
1 year ago | [YT] | 7
View 0 replies
Kumar Swarna Musical
https://youtu.be/YpdabptGcIw
1 year ago | [YT] | 3
View 0 replies
Load more