Cricket Guru Assam

নমস্কাৰ অসমৰ ক্ৰিকেট অনুৰাগী সকল । মই ডিম্পু বৰুৱা - #CricketGuruAssam ইউটিউব চেনেলৰ পৰিচালক । ক্ৰিকেটৰ বিভিন্ন খবৰ,বাতৰি,কাহিনী তথা ক্ৰিকেট বিশ্লেষণ নিজৰ ভাষা অসমীয়াত ভিডিঅ' আকাৰত প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে এই চেনেলটো খোলা হৈছে । আশা কৰো আপোনালোকে মৰম দিব,উৎসাহ দিব আৰু ভিডিঅ' সমূহ উপভোগ কৰি উপকৃত হব । লগতে আপোনাৰ চিনাকি অসমীয়া ক্ৰিকেট প্ৰেমী ব্যক্তিকো ভিডিঅ'বোৰ ছেয়াৰ কৰি মোক আগুৱাই যোৱাত উৎসাহ দিব ।
#CricketGuruAssam ইউটিউব চেনেলৰ উপৰিও ফেচবুক পেজ হিছাপেও উপলব্ধ । গতিকে অসমৰ ক্ৰিকেটপ্ৰেমী ৰাইজে ক্ৰিকেটৰ বিভিন্ন কথা-বতৰা,কাহিনী, খবৰ আদি নিজৰ ভাষা অসমীয়াত জানিবৰ বাবে ইউটিউবত চাবছক্ৰাইব কৰিব "Cricket Guru Assam" আৰু লগতে আমাৰ ফেচবুক পেজ "ক্ৰিকেট গুৰু অসম" লাইক কৰিবলৈ নাপাহৰিব । লগতে ইনষ্টাগ্ৰাম পেজ @cricket_guru_assam follow কৰি ইনষ্টাগ্ৰামতো খবৰ-বাতৰিড পাই থাকিব । ক্ৰিকেটৰ কথাবোৰ নিজৰ ভাষা অসমীয়াত বিয়পাৱক । জয় আই অসম ।
ডিম্পু বৰুৱা ,Cricket Guru Assam Network,Assam .
Instagram :- @Cricket_Guru_Assam .



Cricket Guru Assam

আমিৰ দ্বিতীয় চেনেলত ফীফা বিশ্বকাপৰ ছেমি ফাইনেলৰ Predictions #SemiFinal #FIFAWorldCup2026 #FIFAWorldCup #WorldCup #WorldCup2026 #Messi #Mbappe #Yamal #JudeBellingham #FIFA

1 day ago | [YT] | 10

Cricket Guru Assam

T20 ছিৰিজ ভাৰতে হাৰিলে যদিও এদিনীয়া ছিৰিজত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হব নে ? #INDvENG #INDvsENG #ODICricket

2 days ago | [YT] | 93

Cricket Guru Assam

ভাৰতীয় দলত খেলিবলৈ সুযোগ পোৱা নাই যদিও ইংলেণ্ডৰ কাউন্টী চেম্পিয়নশ্বিপত নিজৰ দক্ষতা দেখুওৱাৰ সুযোগ লাভ ছাই কিশোৰৰ 🏴󠁧󠁢󠁥󠁮󠁧󠁿🏏 #RSaiKishore #indiancricket #countycricket #CricketGuruAssam

2 days ago | [YT] | 529

Cricket Guru Assam

Cricketৰ বেট আৰু বলৰ বিষয়ে বহুতো নজনা কথা । পুৰণা ভিডিঅ' । নোচোৱা সকলে চাব #CricketBat #CricketBall #CricketVideo #CricketGuruAssam

2 days ago | [YT] | 17

Cricket Guru Assam

আফগানিস্তানে ভাল কাম কৰিছে, নতুন দলবোৰক চিনাকি কৰাই দিয়াৰ দৰকাৰ আছে 🇦🇫🇺🇿 #UzbekistanCricket #afghanistancricket #AfghanistanVsUzbekistan

3 days ago | [YT] | 331

Cricket Guru Assam

আমাৰ দ্বিতীয় চেনেলত আলাদীন আজাৰে ঘুৰি অহাৰ ওপৰত বিশেষ আপডেট #neufc #AlaaeddineAjaraie #northeastunited

4 days ago | [YT] | 25

Cricket Guru Assam

ইংলেণ্ডৰ বিৰুদ্ধে বাকী থকা দুখন T20ত এখন মান জিকি ভাৰতে সন্মান ৰক্ষা কৰিব পাৰিব নে ? #INDvENG #INDvsENG #T20Cricket

5 days ago | [YT] | 111

Cricket Guru Assam

ইংলেণ্ডৰ বিৰুদ্ধে T20ত একেৰাহে হৰাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ মুখামুখি হৈ এইদৰে মন্তব্য আগবঢ়ালে গৌতম গম্ভীৰে 🇮🇳⚔️🏴󠁧󠁢󠁥󠁮󠁧󠁿 #GautamGambhir #INDvENG #INDvsENG #IndiaVsEngland #t20cricket #CricketGuruAssam

6 days ago | [YT] | 461

Cricket Guru Assam

আমাৰ দ্বিতীয় চেনেলত ফীফা বিশ্বকাপৰ শেহতীয়া মেচ সমূহ আৰু হ'বলগীয়া কোৱাৰ্টাৰ ফাইনেল মেচ সমূহৰ সবিশেষ আলোচনা #FIFA #FIFAWorldCup2026 #FIFAWorldCup #WorldCup #WorldCup2026 #2026FIFAWorldCup #HarryKane #Messi #Yamal #Mbappe #Haaland

6 days ago | [YT] | 9