D...L...Institute

🖤🎓 𝗪𝗘𝗟𝗖𝗢𝗠𝗘 𝗧𝗢 𝗗𝗟 𝗜𝗡𝗦𝗧𝗜𝗧𝗨𝗧𝗘 𝗟𝗘𝗔𝗥𝗡𝗜𝗡𝗚 𝗖𝗛𝗔𝗡𝗡𝗘𝗟 📚🔥

ইয়াত Class 10 ৰ পৰা Class 12 লৈকে 📖 Most Important Question, MCQ আৰু Concept সহজে Assamese ভাষাত বুজোৱা হয় ✍️

🎯 আমাৰ সকলো video direct exam focused — যি পঢ়িবা, সেইটো examত সহায় কৰিব 💯

🚀 সহজে বুজিবলৈ আৰু ভাল ফলাফল পাবলৈ এতিয়াই channelটো subscribe কৰক 🔔


D...L...Institute

Q. Which of the following is a chemical fertilizers ?

10 hours ago | [YT] | 0

D...L...Institute

📢 Class 10 Students!
Mathematics 📘 ৰ chapter-wise solution video লাগে নেকি? 🤔
লাগিলে সোনকালে Vote কৰা ✅
তোমালোকৰ response ভাল আহিলে সম্পূৰ্ণ chapter-wise solution series আৰম্ভ কৰিম

2 days ago | [YT] | 2

D...L...Institute

📢 মৰমৰ Students,
🔥 কাইলৈ ঠিক সন্ধিয়া ৭:০০ বজাত “Animal Kingdom ৰ Most Important MCQ” upload হ’ব।
🎯Neet, Unit Test, Half Yearly, Final Exam আৰু Board Exam-ৰ বাবে বহুত important প্রশ্ন থাকিব।
⏳ এতিয়াই ready হৈ যোৱা — এই MCQ-ৰ পৰা direct common অহাৰ chance বহুত বেছি! 💯📚

1 week ago | [YT] | 8

D...L...Institute

🚨 প্ৰিয় Students 🚨
আজি ৰাতি ⏰ ৬:৩০ বজাত Animal Kingdom ৰ Most Important Questions আলোচনা কৰা হ’ব 🔥
এই questionবোৰৰ পৰা direct Unit Test, Half Yearly আৰু Final Exam ত অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে 📚💯
সকলো students ready হৈ থাকিবা আৰু class miss নকৰিবা 🚀

1 week ago | [YT] | 8

D...L...Institute

📚 HSLC 2027 Students 👇

তোমালোকক গণিতৰ কোনটো Chapter ৰ Most Important MCQ লাগে ? Vote কৰা ✅

2 weeks ago | [YT] | 6

D...L...Institute

Q. পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন ?

1 month ago | [YT] | 9

D...L...Institute

Q. পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন ?

1 month ago | [YT] | 10

D...L...Institute

⚡ Topper হ'ব বিচাৰিলে দেৰি নকৰিবা!
১৬ এপ্ৰিলৰ পৰা Class 11 Science start – এতিয়াই Subscribe কৰি আগবাঢ়া! 🎯

1 month ago | [YT] | 11

D...L...Institute

Q. অ’জন স্তৰটো বায়ুমণ্ডলৰ কোনটো স্তৰত পোৱা যায় ?

1 month ago | [YT] | 9

D...L...Institute

Q. ৰাষ্ট্ৰসংঘ (UN) কিমান চনত প্ৰতিষ্ঠা হৈছিল -

1 month ago | [YT] | 9