|| यथा दृष्टि तथा सृष्टि ||
🙏জয় জুবিন দা🙏
__❤️অসম❤️__


Theaxomiyasoul

অতিকৈ চেনেহৰ বহাগ বিহুটি নাপাতি কেনেকৈ থাকো

1 month ago | [YT] | 13

Theaxomiyasoul

Posters and banners of so called politicians are placed every 10 meters from LGBI Airport to Jalukbari, but for Zubeen Garg—just a tarpaulin. They couldn’t even protect the gifts given by his fans from the rain. That says a lot about priorities🙏 shameless 'মইও জুবিন আমিও জুবিন' jokers🤡

2 months ago | [YT] | 18

Theaxomiyasoul

Happy republic day 🇮🇳

4 months ago | [YT] | 4

Theaxomiyasoul

জুবিন গাৰ্গ ন্যাস🙏🩷

4 months ago (edited) | [YT] | 64

Theaxomiyasoul

তুমি সুবাস অসমীৰে
তুমি সুবাস সৃষ্টিৰে
তুমি প্ৰকাশ মুকুতিৰে
সচা নিভাজ সপোনৰে
তুমি সাহস জীৱনলে
মৰণকো জিনিবলে
তুমি পোহৰ যুগে যুগে
নানা জাতি নানা ৰূপে

5 months ago | [YT] | 96

Theaxomiyasoul

12.12
আজি এছ আই টি য়ে চাৰ্জশ্বীট দাখিল কৰিব 🙏সঁচাকৈ এনেকুৱা লাগে তেওঁ যেন দুষ্কৃতিকাৰীৰ চক্ৰবেহুত বলি হোৱা অভিমন্যু হে 🥹 প্ৰভু চকু মেলি চাবা তোমাৰ পুত্ৰই যেন ন্যায় পাই। তেওঁক ব্যৱহাৰ কৰি নিজৰ পেট ভৰোৱা মানুহবোৰে যেন উচিত শাস্তি পাই #justiceforzubeengarg #zgforever

5 months ago | [YT] | 98

Theaxomiyasoul

ৰূপে গুণে ধুনীয়া মানুহজন🥹 আছে জানো তোমাৰ দৰে কোনোবা?
Happy birthday REBEL ✴️ আমাৰ জীৱনলৈ অহা বাবে ধন্যবাদ 🧡 প্ৰায় দুমাহ হল, কিন্তু এতিয়াও যেন তুমি কায়িক ভাবে নোহোৱা কথাটো মানি ব পৰা নাই।

6 months ago | [YT] | 353

Theaxomiyasoul

তেঁওৰ হাতে লিখা অন্তিম চিঠি খন
ৰৈ ৰৈ বিনালে 🌷
31/10/2025...............🤍
.
.
#justiceforzubeengarg

7 months ago | [YT] | 247

Theaxomiyasoul

ন্যায়ৰ অপেক্ষাত আজি এমাহ সম্পূৰ্ণ হল
19/9-19/10/25💔👀

যিয়ে তোমাক নিজৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিছিল শাস্তি পাবই লাগিব

#JusticeForZubeenGarg
#justiceforzubeengarg

7 months ago | [YT] | 293

Theaxomiyasoul

May the glow of Diwali light up your path to success and happiness! Happy Diwali ✨️

2 years ago | [YT] | 6