Welcome to GK DIARY

অসমৰ প্ৰতিগৰাকী ইচ্ছুক ছাত্ৰ ছাত্ৰীৰ নিজৰ সপোন বা লক্ষ্যক এটি সফলতাৰ আকৃতি হিচাপে গঢ় দিয়াটোৱেই এই চেনেলটোৰ মূখ্য উদ্দেশ্য।
সকলোখিনি অতি সহজভাৱে নিজৰ মাতৃভাষাত শিকিব পাৰিব আৰু লগতে নতুন নতুন তথ্য লাভ কৰিব। SCHOOL, BOARD আৰু সকলো GOVT EXAM ৰ পৰীক্ষাৰ প্ৰস্তুতিত Live /Recorded ক্লাছৰ জৰিয়তে সহায় আগবঢ়াই যাম।

Subjects:
👉🏼All GK/GS
👉🏼 Current affairs analysis
👉🏼 Science
👉🏼Maths/Reasoning

শিক্ষাৰ ক্ষেত্ৰত কোনোদিনে মাধ্যম হেঙাৰ হব নোৱাৰে, সেয়েহে আমি সকলোৱে লগ হৈ এখন শিক্ষাৰ সুন্দৰ সমাজ গঠন কৰো, য'ত আপোনাৰ সপোন দিঠক হোৱাৰ লগতেই আৰু দহ জনক অনুপ্ৰাণিত কৰিব।

মনত ৰাখিব এদিন এই ডায়েৰীখনে আপোনাৰ কথা কব!

ভাল হওঁক সকলোৰে...
নিহাৰীকা দত্ত


GK Diary

📍"Harimau Shakti" a bilateral exercise between which two countries?

"হৰিমৌ শক্তি" কোন দুখন দেশৰ মাজত দ্বিপাক্ষিক অনুশীলন?

1 year ago | [YT] | 143

GK Diary

📍Who is Present comptroller and Auditor General of India?

ভাৰতৰ বৰ্তমানৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক (CAG)কোন?

1 year ago | [YT] | 110

GK Diary

👑Miss Universe 2024:

👑 মিছ ইউনিভাৰ্ছ ২০২৪:

1 year ago | [YT] | 99

GK Diary

📍A joint sitting of the two Houses of the Parliament is presided over by the?

সংসদৰ যুটীয়া অধিবেশন হলে তাত কোনে সভাপতিত্ব কৰে ?

1 year ago | [YT] | 102

GK Diary

📍Which Indian State increases women reservation 33% to 35% in All government jobs?

কোনখন ভাৰতীয় ৰাজ্যই সকলো চৰকাৰী চাকৰিত মহিলা সংৰক্ষণ ৩৩%ৰ পৰা ৩৫%লৈ বৃদ্ধি কৰে?

1 year ago | [YT] | 89

GK Diary

📍Tuju Pass connects India with which country?

টুজু পাছে ভাৰতক কোনখন দেশৰ সৈতে সংযোগ কৰে?

1 year ago | [YT] | 62

GK Diary

📍Who's present Chief Justice of India?
বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন?

1 year ago | [YT] | 156

GK Diary

📍Which film has been nominated for Oscars 2025?

২০২৫ চনৰ অস্কাৰ বঁটাৰ বাবে কোনখন ছবি মনোনীত হৈছে?

1 year ago | [YT] | 94

GK Diary

📍Who is popularly known as "Novel King"?

কাক "উপন্যাস সম্রাট" নামেৰেও জনা যায়?

1 year ago | [YT] | 161

GK Diary

📍Chinook wind also known as 'snow eater' flows in which of the following continents?

‘তুষাৰ খোৱা’ বুলিও জনাজাত চিনুক বতাহ তলৰ কোনখন মহাদেশত প্ৰবাহিত হয়?

1 year ago | [YT] | 48