নমস্কাৰ অসমৰ খেলপ্ৰেমী সকল । মই ডিম্পু বৰুৱা - #KhelPremiAssam ইউটিউব চেনেলৰ পৰিচালক । খেল জগতৰ বিভিন্ন খবৰ,বাতৰি এতিয়া এটা নিৰ্দিষ্ট জেগাত নিজৰ ভাষা অসমীয়াত । অলিম্পিক, কমনৱেলথ গেমছ, এছিয়ান গেমছ,FIFA বিশ্বকাপ আদিক সামৰি আমি আন বহুতো খেলৰ খবৰ নিজৰ ভাষা অসমীয়াত প্ৰচাৰ কৰিম । আশা কৰো ভিডিঅ' সমূহ বিয়পাই আপোনালোকে সহায় কৰিব । আমাৰ অন্য এটা চেনেলো আছে যাৰ নাম "Cricket Guru Assam" সেই চেনেলটোত প্ৰায়েই বহুতে কমেন্ট কৰি থাকে যে ক্ৰিকেটৰ ওপৰিও ফুটবল বা আন খেলবোৰৰ কথাও আলোচনা কৰিব লাগে । কিন্তু নামতে ক্ৰিকেট লাগি আছে বাবে আনবোৰ খেলৰ কথাও দিলে খেলি-মেলি হব যেন অনুভৱ হয় সেইবাবে আমি আনবোৰ খেলৰ বাবে "খেলপ্ৰেমী অসম" চেনেলৰ জৰিয়তে আপোনালোকৰ আগত নতুন ৰূপত 🔥 । আশা কৰো আপোনালোকে মৰম দিব,উৎসাহ দিব আৰু ভিডিঅ' সমূহ উপভোগ কৰি উপকৃত হব । খেলজগতৰ কথাবোৰ নিজৰ ভাষা অসমীয়াত থেয়াৰ কৰি বিয়পাব বুলি আশা কৰিলো । জয় আই অসম ।
ডিম্পু বৰুৱা ,Khel Premi Assam .
Instagram :- @dimpu_cga
Khel Premi Assam
EPIC SPORTSত নাই অহা যদি গুগলত "FOOT EM" বুলি মাৰক । তাত দি আছে । Epic Sportsত কিয় দিয়া নাই পাত্তা নাই !!
2 days ago | [YT] | 13
View 0 replies
Khel Premi Assam
জামাইকাৰ বিৰুদ্ধে আজি আমাৰ Starting XI ... #IndiaVsJamaica #INDvJAM #IndianFootball #IndianFootballTeam
2 days ago | [YT] | 32
View 5 replies
Khel Premi Assam
Epic Sports ৱেবছাইটত নিশা ১২ বজাৰ পৰা চাব পাৰিব । গুগলত epic Sports বুলি মাৰিলেই প্ৰথমতে অহা ৱেবছাইট টোতে ফ্ৰীত চাব পাৰিব । SUBSCRIPTION লোৱা সকলে Fancodeত চাব পাৰে !
2 days ago | [YT] | 42
View 1 reply
Khel Premi Assam
#FifaWorldCup2026
1 week ago | [YT] | 54
View 3 replies
Khel Premi Assam
FIFA World Cup 2026ৰ আগত ILLUMINATE শীৰ্ষক এই গীতে সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে
2 weeks ago (edited) | [YT] | 5
View 0 replies
Khel Premi Assam
FINALLY ... SONY SPORTS 2 Will Broadcast ISL 2026 #ISL #IndianSuperLeague
3 months ago | [YT] | 30
View 0 replies
Khel Premi Assam
ISLৰ INTER KASHI দলে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামক নিজৰ HOME GROUNDৰ বাবে বিচাৰিছে । এতিয়া মাত্ৰ OFFICIAL ঘোষণা বাকী । NEUFCৰ HOME GROUND হিছাপে SHILLONG অব্যাহত থাকিব ।
4 months ago | [YT] | 39
View 6 replies
Khel Premi Assam
ক'লকাতাত উপস্থিত ফুটবল কিংবদন্তি লিয়নেল মেছী #leonalmessi #messi
5 months ago | [YT] | 54
View 0 replies
Khel Premi Assam
👍
7 months ago | [YT] | 3
View 1 reply
Khel Premi Assam
Today 11 #neufc #neufcvsinterkashi
7 months ago | [YT] | 66
View 4 replies
Load more