CURRENT AFFAIRS ASSAMESE

নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো I এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ আগতে হৈ যোৱা চাকৰিৰ প্ৰশ্নকাকত আলোচনা, বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা , ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰি চাকৰিৰ খবৰ ইত্যাদিকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় সাম্প্ৰতিক পৰিক্ৰমা আলোচনা কৰিম ।

আপোনালোক সকলোৰে সহায় সহযোগিতা , মৰম চেনেহ, পৰামৰ্শ শ্ৰদ্ধাৰে কামনা কৰিলো ।
ধন্যবাদ




Contact us - stanlymarcos178@gamil.com


CURRENT AFFAIRS ASSAMESE

16 November, 2021 Current Affairs in Assamese 🔥
https://youtu.be/iaNNfuRkwL8

4 years ago | [YT] | 0

CURRENT AFFAIRS ASSAMESE

ভাৰতৰ নিৰাপত্তাৰ বাবে চীন আটাইতকৈ ডাঙৰ ভাবুকি : চি ডি এছ বিপিন ৰাৱাট

চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে ভাৰতৰ নিৰাপত্তাৰ বাবে চীন আটাইতকৈ ডাঙৰ ভাবুকি হৈ পৰিছে বুলি এক বৃহত্‍ মন্তব্য কৰিছে।

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত প্ৰেৰণ কৰা হাজাৰ হাজাৰ সৈনিক আৰু অস্ত্ৰ-শস্ত্ৰ বহু দিনলৈ ঘূৰি আহিব নোৱাৰিব বুলিও কয় ৰাৱাটে।

তেওঁ কয় যে পাৰমাণৱিক অস্ত্ৰ সমৃদ্ধ দুয়োখন দেশৰ মাজত সীমান্ত বিবাদ সমাধানৰ পথত বৰ্ধিত সন্দেহ আৰু আত্মবিশ্বাসৰ অভাৱ পৰিলক্ষিত আছে।

যোৱা মাহত, ভাৰত আৰু চীনৰ মাজত অনুষ্ঠিত হোৱা ১৩ নম্বৰ বৈঠকখনো অমীমাংসিতভাৱে সমাপ্ত হৈছিল।

সীমান্তৰ পৰা সেনা কেনেদৰে প্ৰত্যাহাৰ কৰিব লাগে সেই বিষয়ে দুয়োপক্ষ সহমতত উপনীত হ'ব পৰা নাছিল।

স্মৰ্তব্য যে যোৱা বছৰ জুন মাহত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত হোৱা হিংসাত্মক সংঘৰ্ষৰ পিছত ভাৰত আৰু চীনে সীমান্তত নিৰাপত্তা বৃদ্ধি কৰিছিল।

জেনেৰেল ৰাৱাটে কয় যে ভাৰত সীমান্ত আৰু সাগৰত যিকোনো দুঃসাহসিক ঘটনাৰ বাবে সাজু। দুয়োখন দেশৰ মাজত হোৱা সংঘৰ্ষৰ পিছত চীনে সম্ভৱতঃ এল এ চিৰ ওচৰত গাঁও নিৰ্মাণ কৰি আছে।

উল্লেখ্য যে ভাৰত-চীন সীমান্তত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছৰে পৰা চুবুৰীয়া ৰাষ্ট্ৰখনে সীমান্তৰ আন্তঃগাথনি উন্নয়নত যথেষ্ট গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে।

4 years ago | [YT] | 6

CURRENT AFFAIRS ASSAMESE

15 November Current Affairs in Assamese 🔥

https://youtu.be/zGUPTGE_fyI

4 years ago | [YT] | 1

CURRENT AFFAIRS ASSAMESE

5 November -11 November, 2021 Current Affairs in Assamese

https://youtu.be/i_434KsMSPU

4 years ago (edited) | [YT] | 1

CURRENT AFFAIRS ASSAMESE

Happy Children Day ♥️

4 years ago | [YT] | 2