Bonti—meaning “light” in Assamese—aims to guide and uplift students across Assam, especially girls and those from underrepresented communities, by illuminating pathways to education and opportunity. We help young people discover scholarships, fellowships, and career avenues they may not otherwise access, empowering them to dream bigger and move forward with confidence. With Bonti, every student has a chance to shine.
বন্তি - হৈছে এটা উদ্যোগ, যাৰ উদ্দেশ্য অসমৰ ছাত্ৰ-ছাত্ৰীসকলক—বিশেষকৈ ছাত্রী আৰু পিছপৰা সমুদায়ৰ শিক্ষাৰ্থীক—শিক্ষা, বৃত্তি আৰু বিভিন্ন সুযোগ-সুবিধা সম্পৰ্কে সঠিক দিশ দেখুওৱা। আমি শিক্ষাৰ্থীসকলক তেওঁলোকে সাধাৰণতে নোপোৱা বৃত্তি, ফেলোশ্বিপ আৰু অভিগম্যতাৰ দ্বাৰ উন্মুক্ত কৰি বহল স্বপ্ন দেখি আগবাঢ়িবলৈ উৎসাহিত কৰোঁ। বন্তিৰ লক্ষ্য—প্ৰতিজন শিক্ষাৰ্থীৰ জীৱনত এটা দীঘলীয়া আলোক জ্বলাই তোলাৰ।