NE Assam 24x7
ৰাইজৰ হৈ সদায় ৰাইজৰ কাষত
অমি থাকিম সদায় নিৰপেক্ষাভাৱে।
________________________________

আমাৰ এই "NE Assam 24x7" ইউটিউব চেনেলটোত সত্য,
নিৰপেক্ষভাৱে স্হানীয় তথা নানা ঠাইৰ বাতৰি সম্প্ৰচাৰৰ লগতে স্হানীয় সাংস্কৃতিক অনুষ্ঠানবোৰৰ সম্প্ৰচাৰো কৰা হয়। বিশেষকৈ অসমীয়া সংস্কৃতিৰ লগত সংপৃক্ত অনুষ্ঠানবোৰ যাতে বিশ্বৰ সকলো মানুহে আমাৰ এই ইউটিউব চেনেলৰ জৰিয়তে জানিব পাৰে, চাই উপভোগ কৰিব পাৰে, বিনোদন লভিব পাৰে এয়াই আমাৰ মুখ্য উদ্দেশ্য। আৰু লগতে আমাৰ এই ইউটিউব চেনেলটি সকলোৱে subscribe কৰি
আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলো ধন্যবাদ।
__________________________________________________



𝗡𝗘 𝗔𝘀𝘀𝗮𝗺 𝗗𝗶𝗴𝗶𝘁𝗮𝗹

🔴 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালে “ভাৰত চানক্য” সন্মান সদৌ অসম ব্ৰাহ্মণ সমাজৰ তৰফৰ পৰা প্ৰদান এই সন্মান

#HimantaBiswaSarma #BharatChanakya #AssamCM #BreakingNews #AssamNews #BrahmanSamaj #Axom #NewsUpdate #NeAssamDigital #AssamPolitics #Himanta #TrendingNews #অসম #হিমন্তবিশ্বশৰ্মা #ভাৰতচানক্য #অসমসংবাদ #ব্ৰাহ্মণসমাজ #নিউজআপডেট #NEAssamDigital

2 weeks ago | [YT] | 3

𝗡𝗘 𝗔𝘀𝘀𝗮𝗺 𝗗𝗶𝗴𝗶𝘁𝗮𝗹

🔴 ভাৰতীয় জনতা পাৰ্টি দৰং জিলাৰ 'মন কী বাত'ৰ আহ্বায়ক হিচাপে নিযুক্তি ভাৰতীয় জনতা যুৱ মৰ্চা দৰং জিলাৰ সাধাৰণ সম্পাদক ধীৰাজ কুমাৰ শৰ্মাক । অভিনন্দন

#BJP #BharatiyaJanataParty #BJYM #Darrang #Assam #MonKiBaat #DhirajKumarSharma #PoliticalNews #AssamPolitics #BreakingNews #NewsUpdate #DarrangNews #BJPDarrang #NEAssamDigital #SatelliteNews #TrendingNews #অসম #দৰং #ভাৰতীয়_জনতা_পাৰ্টি #মন_কী_বাত #ধীৰাজ_কুমাৰ_শৰ্মা #অসম_সংবাদ

2 weeks ago | [YT] | 4

𝗡𝗘 𝗔𝘀𝘀𝗮𝗺 𝗗𝗶𝗴𝗶𝘁𝗮𝗹

🔴 দৰঙত ৰন্ধন গেছৰ যিকোনো অভিযোগ, সমস্যা সম্পৰ্কে প্ৰশাসনক অৱগত কৰাৰ বাবে দুটাকৈ ফোন নম্বৰ মুকলি -
👉 ৭৮৯৬৮৮১৬৩৩ আৰু ৬০০৩৮৬৫৯৫৩

#দৰং #LPGGas #GasComplaint #DarrangNews #AssamNews #CookingGas #GasHelpline #DarrangAdministration #Assam #BreakingNews #NEAssamDigital #ৰন্ধনগেছ #হেল্পলাইন #অসম_বাতৰি #দৈনিক_খবৰ

3 weeks ago | [YT] | 3

𝗡𝗘 𝗔𝘀𝘀𝗮𝗺 𝗗𝗶𝗴𝗶𝘁𝗮𝗹

🔴 বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীৰ পৰা বিজ্ঞান শাখাত ৯৫.২% নম্বৰৰে উজ্জ্বলিল ৰাজীব ডেকা । ছিপাঝাৰৰ পূৱ নগাঁওৰ পৱন চন্দ্ৰ ডেকাৰ পুত্ৰ ৰাজীৱ ডেকা ।

#HSResult2026
#AssamHSResult
#RamanujanAcademy
#BaihataChariali
#RajivDeka
#AssamStudent
#ScienceTopper
#SuccessStory
#AssamEducation
#Sipajhar
#Nagaon
#StudentAchievement
#TopperNews
#ViralAssam
#EducationNews

1 month ago | [YT] | 3

𝗡𝗘 𝗔𝘀𝘀𝗮𝗺 𝗗𝗶𝗴𝗶𝘁𝗮𝗹

🔴 আজি ঘোষণা কৰা CBSC ৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৪.৪ শতাংশ নম্বৰেৰে উৰ্ত্তীৰ্ণ দৰঙৰ দুমুনিচকী অঞ্চলৰ মাৰ্টিনা চাহানা আহমেদ।
📌 মাৰ্টিনা চাহানা আহমেদ St. Joseph's public school, বাইহাটা চাৰিআলীৰ ছাত্ৰী।
👉 শিক্ষক আব্দুছ চাত্তাৰ আৰু ইনুৱাৰা আহমেদৰ কন্যা মাৰ্টিনা চাহানা আহমেদ।

#CBSE2026 #Class10Result #AssamNews #Darrang #Topper #SuccessStory
#BaihataChariali #StudentSuccess #MartinaAhmed #Inspiration
#EducationAssam #ProudMoment #ResultsDay #ViralNews

1 month ago | [YT] | 2

𝗡𝗘 𝗔𝘀𝘀𝗮𝗺 𝗗𝗶𝗴𝗶𝘁𝗮𝗹

🔴 বিনামূলীয়া চিকিৎসাঃ 🔴
👉 কাইলৈ 14/03/2026 তাৰিখ, শনিবাৰে বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত AIIMS ,Guwahati ৰ স্নায়ু ৰোগ বিভাগৰ চিকিৎসকে মৃগীৰোগীৰ পৰীক্ষা আৰু বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ লগতে স্নায়ু ৰোগত ভুগী থকা সাধাৰণ ৰোগীকো চিকিৎসা প্ৰদান কৰিব ৷

👉 সময়ঃ ১০ বজাৰপৰা

#AIIMSGuwahati #FreeMedicalCamp #AssamNews #HealthCampAssam #GuwahatiNews 🚀

2 months ago | [YT] | 6

𝗡𝗘 𝗔𝘀𝘀𝗮𝗺 𝗗𝗶𝗴𝗶𝘁𝗮𝗹

🔴 আজি দেখা গৈছে পবিত্ৰ ৰমজানৰ চান্দ 🌙
১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ প্ৰথম ৰোজা
কেন্দ্ৰীয় হিলাল কমিটীৰ ঘোষণা
#Ramadan2026
#RamzanMubarak
#RamadanMoon
#ChandRaat
#RojaStart
#IslamicPost
#AssamNews
#RamadanAssam
#SpiritualMonth
#PeaceAndBlessings
#Sehri
#Iftar
#Taraweeh
#MuslimCommunity
#BlessedRamadan 🌙

3 months ago | [YT] | 7

𝗡𝗘 𝗔𝘀𝘀𝗮𝗺 𝗗𝗶𝗴𝗶𝘁𝗮𝗹

🟥 যি সমূহ ই-ৰিক্সা আৰু ব্যক্তিগত বাহনে নিয়মবহির্ভূত ৰূপত নিজৰ ইচ্ছা আৰু সুবিধা অনুযায়ী পাইপ, টিন, ৰদ, কাঠ ইত্যাদি সামগ্রী বাহনখনৰ পৰা বাহিৰলৈ ওলাই থকাকৈ ভৰাই লৈ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰে, যাৰ ফলত আন পথচাৰীৰ অসুবিধা হোৱাৰ লগতে দুর্ঘটনা হোৱাৰ আশংকা থাকে, সেই সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, সেয়ে যিসকলে এনেধৰণৰ কাম কৰে, তেওঁলোকক নিয়মবহির্ভূত কামবোৰ পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হ'ল।
#দৰং_আৰক্ষী

#DarangPolice
#AssamPolice
#TrafficAwareness
#RoadSafety
#HighwaySafety
#TrafficRules
#NoIllegalTransport
#দৰংআৰক্ষী
#অসমআৰক্ষী
#ৰাজপথসুৰক্ষা
#যাতায়াতনিয়ম
#দুৰ্ঘটনাপ্ৰতিৰোধ
#সচেতনতা
#আইনৰশাসন
#AssamNews
#LocalNews
#PublicAwareness
#SafetyFirst
#PoliceAction

3 months ago | [YT] | 1

𝗡𝗘 𝗔𝘀𝘀𝗮𝗺 𝗗𝗶𝗴𝗶𝘁𝗮𝗹

🔴 Rangamati ancholic club & library আয়োজিত পাইজমানি ফুটবল প্ৰতিযোগিতা খনৰ চূড়ান্ত খেল খন 29/11/2025 শনিবাৰ দিনৰ 1 .30 বজাত অনুষ্ঠিত কৰা হব
#football #JusticeForZubeenGarg

6 months ago | [YT] | 2