নমস্কাৰ সকলোকে ❤❤🙏
মোৰ নাম দেৱযানী
ঘৰ গোলাঘাট। মই নিজে কৰি ভাল পোৱা কামবোৰ ভিডিঅ আকাৰে আন দহজনৰ উপকাৰ হওঁক বুলি ভাবি আচলতে চেনেলটো খুলিলো।সকলোৱে মৰম আশীৰ্বাদ দিব দেই। 🙏🙏🙏❤❤
CAKE ,pizza 🍕 ,biscuit all aru available in my kitchen DEBU SWEET CAKE 🍰

আৰু মাজে মাজে vlog video থাকিব । Thanks 🙏