আপোনালোকৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰৰ বাবে 6003582951 নম্বৰত যোগাযোগ কৰক...
এই চেনেলটোত ভাওনা, বিহু, দিহানাম আদিৰ লগতে বিভিন্নধৰণৰ সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানৰ ভিডিঅ' আপলোড দিয়া হয়... আপোনালোকৰ মৰম আৰু আশীৰ্বাদ অবিহনে আগবাঢ়ি যোৱাটো অসম্ভৱ... অনুগ্ৰহ কৰি চেনেলটো subscribe কৰি প্ৰেৰণা যোগাব বুলি আশা ৰাখিলোঁ...
ধন্যবাদ...🙏🙏🙏
This channel is dedicated to all types of videos like Vauna, Bihu, Dihanam etc... It is impossible to move forward without your love and blessings... Hope you'll SUBSCRIBE the channel and support us.
Thank you for watching... Keep watching...
#bhaona
#pmbmix
#bihu
#vauna
#bhauna
#pmbmixassamese
PMB Mix
https://youtu.be/h0vnXz78HzY
1 week ago | [YT] | 2
View 0 replies
PMB Mix
"চিনাকি" অনুষ্ঠানৰ পৰৱৰ্তী খণ্ডৰ অতিথি দিহাসম্ৰাট কমলা গগৈ ককাইদেউ। "চিনাকি" খণ্ডসমূহৰ এটি ব্যতিক্ৰম খণ্ড। ভাওনাজগতৰ পৰিৱৰ্তে দিহানাম জগতৰ এটি ধ্ৰুৱতৰা এইবাৰৰ অতিথি। এই আৱেগিক খণ্ডটিত কমলা গগৈ ককাইদেউৰ জীৱন সংগ্ৰামৰ বহু নজনা কথা সকলোৱে জানিব পাৰিব। অতি শীঘ্ৰে PMB MIX Youtube Channel ত চাবলৈ পাব।
2 weeks ago | [YT] | 127
View 0 replies
PMB Mix
বহু দিনৰ বিৰতিৰ পাছত পুনৰ আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান "চিনাকি"। বিহুত ব্যস্ত থকাৰ বাবে "চিনাকি" আগবঢ়াব পৰা নাছিলোঁ। তাৰ বাবে ক্ষমা প্ৰাৰ্থী। চিনাকিত এইবাৰৰ অতিথি জনপ্ৰিয় বায়ন তথা নাট্যৰূপকাৰ অংশুমান মহন্ত। কাইলৈ অৰ্থাৎ ৬/৬/২৬ তাৰিখ শনিবাৰে চাবলৈ নাপাহৰিব আপোনালোকৰ আপোন অনুষ্ঠান "চিনাকি"।
2 weeks ago | [YT] | 134
View 2 replies
PMB Mix
সকলোৰে জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে আপোনালোক আটাইৰে মৰমত PMB MIX ইউটিউব চেনেলটিয়ে বহুখিনি আগবাঢ়ি আহি আজিৰ অৱস্থা পাইছেহি। এই সময়তে PMB MIX ইউটিউব চেনেলৰ LOGO টো সলনি কৰি তলত দিয়া নতুন LOGO টো প্ৰস্তুত কৰি ব্যৱহাৰ কৰিবলৈ ঠিৰাং কৰিছোঁ। আমাৰ চেনেলত যিহেতু অসমীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ কৰা হয় সেয়েহে অসমীয়া কলা-সংস্কৃতিক প্ৰতিফলিত কৰাকৈ প্ৰস্তুত কৰা হৈছে। কেনে লাগিছে জনাব। এতিয়াৰে পৰা আমাৰ চেনেলত এই LOGO টোৱেই দেখা পাব। ধন্যবাদ🙏
1 month ago | [YT] | 72
View 6 replies
PMB Mix
ৰংঘৰ ৰঙালী বিহু সন্মিলন, শিৱসাগৰত দীপলিনা ডেকাৰ গীতৰ অনুষ্ঠাটিৰ কিছু মূহুৰ্ত আপোনালোকলৈ আগবঢ়াইছোঁ...
https://youtu.be/rwTLZ8qEK-o
1 month ago | [YT] | 2
View 0 replies
PMB Mix
আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত "ব'হাগী উৎসৱ-২০২৬"
2 months ago | [YT] | 106
View 1 reply
PMB Mix
https://youtu.be/YT7ON89ASDg
3 months ago | [YT] | 3
View 0 replies
PMB Mix
https://youtu.be/1UVEi2dtUA8
3 months ago | [YT] | 1
View 0 replies
PMB Mix
সকলোৰে সহযোগিতা কামনা কৰা হৈছে। কৃষ্ণ🙏
3 months ago | [YT] | 91
View 0 replies
PMB Mix
হৰ হৰ মহাদেৱ
https://youtu.be/wjqpZ5k9Ams
4 months ago (edited) | [YT] | 11
View 0 replies
Load more