Sondhan Official 2.0

For Official Inquiry
sondhanofficial@gmail.com




এই চেনেলটো সকলো চৰকাৰী ,বেচৰকাৰী, নতুন আঁচনি, নতুন চাকৰি আৰু জনসাধাৰণৰ বাবে সকলো ধৰণৰ তথ্যৰ বাবে সৃষ্টি কৰা হৈছে।
গতিকে মোক সমৰ্থন কৰিব।

এই ভিডিঅ'টোত বিভিন্ন চৰকাৰী আঁচনি, চৰকাৰী চাকৰিৰ সুযোগ, বেচৰকাৰী চাকৰিৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিম। শেহতীয়াকৈ প্ৰৱৰ্তন কৰা চৰকাৰী আঁচনি, ইয়াৰ যোগ্যতাৰ মাপকাঠী, আৰু ইয়াৰ বাবে কেনেদৰে আবেদন কৰিব লাগে সেই বিষয়ে বিতং তথ্য দিম। ইয়াৰ উপৰিও চৰকাৰী চাকৰিৰ খালী পদ আৰু নিযুক্তি প্ৰক্ৰিয়াৰ বিষয়ে অন্তৰ্দৃষ্টিও শ্বেয়াৰ কৰিম, লগতে পৰীক্ষাসমূহ ফাটিবলৈ টিপছ আৰু ট্ৰিক্সও শ্বেয়াৰ কৰিম। যদি আপুনি চৰকাৰী আঁচনিৰ আপডেট বিচাৰিছে বা ৰাজহুৱা বা ব্যক্তিগত খণ্ডত কৰ্মসংস্থাপন বিচাৰিছে তেন্তে এই ভিডিঅ'টো চাব লাগিব!


Sondhan Official 2.0

Comment 👇📝

1 year ago | [YT] | 2

Sondhan Official 2.0

Please Comment....Frnd..I Try my Best

1 year ago | [YT] | 3

Sondhan Official 2.0

17 Oct 2024 Evening 9:13 PM এই ভিডিঅ'টো মোৰ চেনেলত আপলোড কৰা হ'ব, ৰেচন কাৰ্ডক লৈ থকা‌ আপোনালোকৰ সকলোবোৰ সমস্যাৰ সমাধান এই ভিডিঅ'টোত পাব, এই ভিডিঅ'টো চোৱাৰ বাবে মোৰ চেনেলটো SUBSCRIBE কৰি‌ ৰাখক ।
বিঃদ্ৰঃ আপোনাৰ কিবা প্ৰশ্ন সুধিবলগীয়া থাকিলে Comment কৰিব।

1 year ago | [YT] | 4

Sondhan Official 2.0

আপোনালোকে মোৰ এই চেনেলত কি ভিডিঅ' চাব বিচাৰে

1 year ago | [YT] | 1

Sondhan Official 2.0

THANK YOU ALL OF YOU FOR SUPPORTING ME

1 year ago | [YT] | 4

Sondhan Official 2.0

Finally Aji bohut dinor kosto sarthok hol...aitu kebol sombhob hoise APUNALUKOR morom aru AKHIRBADOr krne...apunalukok bhut bhut DOINYOBAD mk anekoi support korar babe...agoloi anekoi support koribo buli akha thakil

1 year ago | [YT] | 2