সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটো লৈ। অসমৰ ইটো-সিটোৰ লগতে কৰ্ম জীৱনৰ সৰু বৰ স্মৃতি বোৰ সাঁচি ৰখাৰ প্ৰয়াস। গতিশীল সময়ত কেতিয়াবা চাব বিচাৰিলে চাব পাৰিম । লগতে ভাই-ভনী সকলক উশ্বাস, উদ্দীপনাৰে সহায় হোৱাকৈ বিভিন্ন বিভাগৰ চৰকাৰী, বেচৰকাৰী চাকৰি খবৰ বোৰ লৈ আহিম।
কিবা ভুল হ'লে আঙুলিয়াই দিব।। সকলোয়ে সহায় সহযোগ কৰিব । চেনেলটো ভাল লাগিলে লাইক চেয়াৰ আৰু চাবছক্ৰাইব কৰি দিব ।
জয় আই অসম 🙏🙏🙏
Bhupen Charingia official
PREPAREDNESS PROGRAM
ASSAM POLICE, AGNIVEER,RPF
AT SONARI, CHARAIDEO
1 month ago | [YT] | 42
View 1 reply
Bhupen Charingia official
বহাগ❤️
2 months ago | [YT] | 198
View 3 replies
Bhupen Charingia official
Good News ASSAM POLICE SI AB-UB ৰ বয়স এবছৰ লৈ বৃদ্ধি লগতে যিসকল প্ৰাৰ্থীয়ে বৰ্তমানৰ লৈকে আবেদন কৰিব পৰা নাছিল তেওঁ লোকৰ বাবে অহা ১৫/২/২৬ তাৰিখৰ পৰা ২৮/২/২৬ তাৰিখ লৈকে আবেদন কৰিব পাৰিব 📢
4 months ago | [YT] | 126
View 38 replies
Bhupen Charingia official
Happy 77th Republic Day 🫡🇮🇳
5 months ago | [YT] | 462
View 2 replies
Bhupen Charingia official
Post Preference ত অলপ সাৱধানতাৰে মনযোগ দি Apply কৰিব। পিছত যাতে প্ৰস্তাৱ লগীয়া নহয়।
দৰকাৰ হ'লে অলপ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ ল'ব।
5 months ago | [YT] | 183
View 23 replies
Bhupen Charingia official
Happy New Year 2026💐
6 months ago | [YT] | 440
View 8 replies
Bhupen Charingia official
গাঁৱৰ সফলতা বোৰ, সপোন বোৰ😍
7 months ago | [YT] | 283
View 11 replies
Bhupen Charingia official
Log kuch alog dhund rahy hai
Hum kuch Alog dhund rahy hai 🎋
Bas yehi zindagi hai 🎉
8 months ago | [YT] | 160
View 3 replies
Bhupen Charingia official
Congratulations to all selected persons 💐
And
Never give up those candidates unqualified 💪
8 months ago | [YT] | 118
View 9 replies
Bhupen Charingia official
Happy Assam Police Day to all 💐
#Assampoliceday
9 months ago | [YT] | 179
View 1 reply
Load more