News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ।

মূখ্য কাৰ্যালয়ঃ
NEWS12 অসম North East
কাৰ্বি আংলং (অসম) - ৭৮২৪৮০


News 12 Assam NE

গাহৰি মাংস ভালপোৱাসকলৰ বাবে দুঃখবৰ।

সমগ্ৰ শদিয়া সম-জিলাত গাহৰি আৰু গাহৰি মাংসৰ বিক্ৰী তথা সৰবৰাহৰ ওপৰত ৩০ দিনৰ বাবে সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি।

16 hours ago | [YT] | 1

News 12 Assam NE

পৰাজয়ৰ কাৰণখিনি নুলিওৱাকৈ কাকো দুখ দিয়াটো উচিত নহয়।


#debabratasaikia #congress #apcc

2 days ago | [YT] | 2

News 12 Assam NE

পেঞ্চন প্ৰক্ৰিয়াকৰণত জবাবদিহিতা নিশ্চিত কৰিবলৈ অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ । নিৰ্ধাৰিত সময়সীমাত পেঞ্চন কেছ নিষ্পত্তি নকৰিলে দায়িত্বত থকা বিষয়াৰ ওপৰত আৰ্থিক জৰিমনা বিহা হ’ব।

#HimantaBiswaSarma #AssamGovt #pension #BJP4IND #news12

1 week ago | [YT] | 5

News 12 Assam NE

অসম জাতীয় পৰিষদ এৰিলে ৰাজেন গোহাঁইয়ে।


#AJP #RajenGohain #lurinjyotigogoi #alliance #AssamJatiyaParishad

1 week ago | [YT] | 3

News 12 Assam NE

কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব চাৰিগৰাকী নিৰ্বাচিত বিধায়কে।

2 weeks ago | [YT] | 4

News 12 Assam NE

আগতে লগ নোপোৱা, চিনি নোপোৱা ছোৱালীজনীক সকলোৱে যিদৰে বাট দেখুৱাই আগুৱাই লৈ গ'ল, সেইয়া মোৰ বাবে আটাইতকৈ ডাঙৰ আশীৰ্বাদ। প্ৰতিটো বিৰোধী দলৰ কৰ্মীসকলে যিদৰে কষ্ট কৰিলে, যিদৰে মোক নিজৰ ছোৱালীজনীৰ দৰে কথাবোৰ শিকাই-বুজাই, মোক সাহস দিলে, সেইয়া মই সদায় বুকুত লৈ আগুৱাই যাম।
- জ্ঞানশ্ৰী বৰা, ৰাইজৰ দল

3 weeks ago (edited) | [YT] | 9

News 12 Assam NE

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ। কিন্তু আদৰ্শৰ এই যুঁজখনত আমি সদায়েই অটল থাকিম আৰু ৰাইজৰ স্বাৰ্থ, অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে যুঁজ অব্যাহত ৰাখিম। - গৌৰৱ গগৈ

3 weeks ago | [YT] | 10

News 12 Assam NE

যোৰহাটত পৰাজিত হ'ল গৌৰৱ গগৈ

#assamelection #jorhat #gauravgogoi

3 weeks ago | [YT] | 3

News 12 Assam NE

বিদায় আশা টাই...

1 month ago | [YT] | 3

News 12 Assam NE

৯ এপ্ৰিলত সাব্যস্ত কৰক আপোনাৰ ভোটাধিকাৰ।

#assamelection2026 #ECI
#Vote

1 month ago | [YT] | 5