ভিডিঅ' চাই ভাল পালে subscribe কৰিবলৈ নপাহৰিব।For business enquiry :- junbora875@ gmail.comআমি অসমীয়া নহও দুখীয়া৷জয় আই অসম৷
Info with Bhagya
Hello everyone. যিসকলে adre ৰ বাবে mock test বিচাৰিছিলে তেওঁলোকে এই telegram চেনেলটো follow কৰি ল'ব। Telegram channel link : t.me/infowithbhagya7
7 months ago | [YT] | 28
View 4 replies
Hello everyone,বহুতেই কমেন্টত কৈ আছে ADRE 3.0 বাবে কি কিতাপ পঢ়িব লাগিব, মই কেনেদৰে পঢ়িছিলোঁ ইত্যাদি। মোৰ যদি final merit list ত নাম আহে তেতিয়া মই সকলোখিনি share কৰিম, লগতে মোৰ notes বিলাকো provide কৰিম । বহুত বহুত ধন্যবাদ সকলোলৈ ইমানখিনিলৈকে মোৰ লগত থকাৰ বাবে।🙏🥰
11 months ago | [YT] | 188
View 21 replies
ভালনে আপোনালোকৰ৷ সোনকালেই লগ পাম আপোনালোকক৷
3 years ago | [YT] | 651
View 73 replies
Happy new year all of you...coming soon with new tadka...
3 years ago | [YT] | 851
View 34 replies
তুলসীৰ তলৰ বন্তিগচিয়ে সকলোৰে জীৱনলৈ আনন্দ আৰু সুখ কঢ়িয়াই আনক তাৰে কামনাৰে সকলোলৈ কাতি বিহুৰ শুভেচ্ছা জাচিলো।
3 years ago | [YT] | 1,535
View 18 replies
কি খবৰ সকলোৰে, ভালই নিশ্চয়৷ সকলোকে লক্ষ্মীপূজাৰ শুভেচ্ছা জাচিলো ।
3 years ago | [YT] | 1,286
View 16 replies
ফটো কপি লৈ থাকোতে দুয়োটাই একেলগে হাঁহিলে। Photographer (মাক) ৰ আনন্দৰ সীমা নাই ৷ ডাঙৰ হৈ দুয়োটাই চাই হাঁহিব৷ #memoriesforever
3 years ago | [YT] | 1,801
View 28 replies
এমাহ সম্পূৰ্ণ কৰিলো দেই❤️❤️ #সোনপাহি
3 years ago | [YT] | 1,144
View 19 replies
বহুদিনৰ বিৰতিত আপোনালোকৰ ওচৰলৈ আহিবলৈ পালো ৷ সকলোৰে ভালে চাগে? যোৱা ১১জুনত ভাল খবৰটো পালো৷ আপোনালোকক খবৰটো দিবলে মই সময়ে পোৱা নাছিলো ৷ আজি অলপ সুস্থ মই (তথাপিও hospital তে বৰ্তমান ), ভাবিলো খবৰটো দি দিওঁ আপোনালোকক৷ সোনকালে লগ পাম সকলোকে 😍😍এতিয়া অনুমান কৰকচোন ল’ৰা নে ছোৱালী ৷
4 years ago | [YT] | 902
View 198 replies
Delivery যিমান ওচৰ চাপিছে চকু সোমাইহে গৈছে। 😁
4 years ago | [YT] | 986
View 33 replies
Load more
Info with Bhagya
Hello everyone. যিসকলে adre ৰ বাবে mock test বিচাৰিছিলে তেওঁলোকে এই telegram চেনেলটো follow কৰি ল'ব। Telegram channel link : t.me/infowithbhagya7
7 months ago | [YT] | 28
View 4 replies
Info with Bhagya
Hello everyone,
বহুতেই কমেন্টত কৈ আছে ADRE 3.0 বাবে কি কিতাপ পঢ়িব লাগিব, মই কেনেদৰে পঢ়িছিলোঁ ইত্যাদি। মোৰ যদি final merit list ত নাম আহে তেতিয়া মই সকলোখিনি share কৰিম, লগতে মোৰ notes বিলাকো provide কৰিম ।
বহুত বহুত ধন্যবাদ সকলোলৈ ইমানখিনিলৈকে মোৰ লগত থকাৰ বাবে।🙏🥰
11 months ago | [YT] | 188
View 21 replies
Info with Bhagya
ভালনে আপোনালোকৰ৷ সোনকালেই লগ পাম আপোনালোকক৷
3 years ago | [YT] | 651
View 73 replies
Info with Bhagya
Happy new year all of you...
coming soon with new tadka...
3 years ago | [YT] | 851
View 34 replies
Info with Bhagya
তুলসীৰ তলৰ বন্তিগচিয়ে সকলোৰে জীৱনলৈ আনন্দ আৰু সুখ কঢ়িয়াই আনক তাৰে কামনাৰে সকলোলৈ কাতি বিহুৰ শুভেচ্ছা জাচিলো।
3 years ago | [YT] | 1,535
View 18 replies
Info with Bhagya
কি খবৰ সকলোৰে, ভালই নিশ্চয়৷ সকলোকে লক্ষ্মীপূজাৰ শুভেচ্ছা জাচিলো ।
3 years ago | [YT] | 1,286
View 16 replies
Info with Bhagya
ফটো কপি লৈ থাকোতে দুয়োটাই একেলগে হাঁহিলে। Photographer (মাক) ৰ আনন্দৰ সীমা নাই ৷ ডাঙৰ হৈ দুয়োটাই চাই হাঁহিব৷
#memoriesforever
3 years ago | [YT] | 1,801
View 28 replies
Info with Bhagya
এমাহ সম্পূৰ্ণ কৰিলো দেই❤️❤️ #সোনপাহি
3 years ago | [YT] | 1,144
View 19 replies
Info with Bhagya
বহুদিনৰ বিৰতিত আপোনালোকৰ ওচৰলৈ আহিবলৈ পালো ৷ সকলোৰে ভালে চাগে? যোৱা ১১জুনত ভাল খবৰটো পালো৷ আপোনালোকক খবৰটো দিবলে মই সময়ে পোৱা নাছিলো ৷ আজি অলপ সুস্থ মই (তথাপিও hospital তে বৰ্তমান ), ভাবিলো খবৰটো দি দিওঁ আপোনালোকক৷ সোনকালে লগ পাম সকলোকে 😍
😍এতিয়া অনুমান কৰকচোন ল’ৰা নে ছোৱালী ৷
4 years ago | [YT] | 902
View 198 replies
Info with Bhagya
Delivery যিমান ওচৰ চাপিছে চকু সোমাইহে গৈছে। 😁
4 years ago | [YT] | 986
View 33 replies
Load more