|| মোৰ Nagaon digital channel টোৰ জৰিয়তে daily গুৰুত্বপূৰ্ণ খবৰ সমূহ দি থাকোঁ,এই খবৰ সমূহৰ দ্বাৰা আপুনি উপকৃত হব ||


Don't forget subscribe my channel.......

স্বাগতম আপোনাক (Nagaon digital) চ্যানেলে, এই চ্যানেলে প্ৰতিদিন নতুন নতুন খবৰৰ ভিডিও পাব :-
মোৰ ভিডিও যদি ভাল লাগিলে এই চ্যানেল সাবস্ক্রাইব কৰিব নাপাহৰিব।
আৰু মোৰ ভিডিও নােটিফিকেশন পাবৰ কৰনে বেল আইকনত ক্লিক কৰি দিব !


Nagaon Digital

I love muhammad 💕🤲❤️🫶

9 months ago | [YT] | 23

Nagaon Digital

আজি গুৱাহাটীত ১২টা শিক্ষক সংগঠনৰ উমৈহতীয়া মঞ্চ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি অসমৰ বিদ‍্যালয় শিক্ষাৰ উন্নয়নত অনবদ‍্য অৱদান আগবঢ়োৱা শিক্ষক সমাজলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ।

ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ কৰাৰ সন্ধিক্ষণত আমি এহাতে ছাত্ৰ-ছাত্ৰীৰ বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ‍্যিকতা সুনিশ্চিত কৰা আৰু আনহাতে সাধাৰণ শিক্ষাৰ লগতে দক্ষতা শিক্ষা প্ৰদান কৰাৰ প্ৰত‍্যাহ্বানমূলক দায়িত্ব পালন কৰিবলৈ শিক্ষক সমাজলৈ আহ্বান জনাওঁ।

শিক্ষক মঞ্চই উত্থাপন কৰা প্ৰাদেশিকীকৰণ, সেৱা বিধি, প্ৰধান শিক্ষক নিযুক্তি আদি সমস‍্যাসমূহ সম-মৰ্মিতাৰে সমাধান কৰাৰ বাবে চৰকাৰখনে লোৱা পদক্ষেপসমূহ আজিৰ সভাত মুক্তভাৱে দাঙি ধৰোঁ।

Himanta Biswa Sarma
CMO Assam

1 year ago | [YT] | 10

Nagaon Digital

কেনে ধৰণৰ খবৰ বিচাৰে

3 years ago | [YT] | 6

Nagaon Digital

Good news......

3 years ago | [YT] | 11

Nagaon Digital

May this Eid bring you peace, prosperity, and success in all your endeavors. Have a blessed Eid filled with happiness and joy.

3 years ago | [YT] | 3