নমস্কাৰ ,
বন্ধু/বান্ধবী তথা অসমবাসী ৰাইজ,
Assamese Mixture এটা সম্পুৰ্ন ব্যতিক্ৰমী ইউটিউব চেনেল |
আমাৰ এইটো চেনেলত সম্পুৰ্ন প্ৰকৃত আমি বনোৱা অসমীয়া শিল্পীৰ ইন্টাৰভিউ, ছবিৰ বক্স অফিচ ব্যৱসায়,ছবিৰ খবৰ ইত্যাাদি ভিডিঅ চাবলৈ পাব |
অনুগ্ৰহ কৰি চেনেলটো Subscribe কৰিব নাপাহৰিব |
ধন্যবাদ |
My journey starts - 15 june 2017
This is best & one of the most popular channel for Assamese Star interview, Film news, box office prediction, Film review Youtube video, etc.

Thank you

For business please mail - bhushan.sachin.akki@gmail.com


Assamese Mixture

আফ্ৰিকাৰ Tanzania দেশৰ বিখ্যাত Influencer @kili_paul ৰ লগত আফ্ৰিকাত ‘জয় জুবিন দা’ 🙏🇮🇳🇹🇿
He is a very Down to Earth Personality.
বহুত কথা পাতিলো ❤️
Love you Kili ❤️🇹🇿

Vlog coming Soon on YouTube ‘Assamese Mixture’ ❤️

#bhukhanpathak #KiliPaul #ZubeenGarg

5 months ago | [YT] | 8,625

Assamese Mixture

মোৰ আফ্ৰিকা ভ্ৰমন Dedicated to The Zubeen Garg. আফ্ৰিকাৰ মানুহে গম পাব লাগিব কোন হয় জুবিন গাৰ্গ ?
Theme হ’ব Zubeen Garg -God Of Indian Music and Humanity
জয় জুবিন দা ৷

6 months ago | [YT] | 540

Assamese Mixture

https://youtu.be/C9lh9DAXf2I?si=4a4xv...
Interview tu sabo ❤️❤️❤️

1 year ago | [YT] | 19

Assamese Mixture

আমি কৰিম নে নকৰিম ভাবি থাকোতে সময়বোৰ যায় ,
আচলতে ভবা কামটো সময়ত লগে লগে কৰি দিব লাগে
পিছত সময় ৰৈ নাথাকে 🙂😊❤️❤️❤️❤️❤️
আধৰুৱা হৈ ৰয়,
মোৰ লগত বহুত হৈছে তেনেকুৱা 🙂
.
.
.
.
#bhukhanpathak #guwahati #assam #roodrakshmall

1 year ago | [YT] | 727

Assamese Mixture

Champion ❤️
১৫ বছৰৰ পিছত ক্ৰিকেট খেলিছো , কেপ্তেইন হিচাপে দায়িত্বভাৰ পাইছিলো ৯ টি দলৰ ভিতৰত Brahmaputra Challengers নামৰ দলটিৰ ,আপোনালোকৰ আৰ্শীবাদত Assam Celebrity Cricket League Season 1 ত চেম্পিয়ন হ’বলৈ সক্ষম হ’লো ৷ আমাৰ দলৰ সমুহ খেলুৱৈৰ কষ্টৰ বাবে এয়া সম্ভৱ হ’ল 🙏🙏🙏 #accl #bhukhanpathak

Assam Celebrity Cricket League 1st Season Winner is Brahmaputra Challengers ❤️❤️

1 year ago | [YT] | 1,235

Assamese Mixture

NE Talks ৰ বিশেষ সন্মান For Quality Content Creator ❤️🙏
Thank you so much দৰ্শকবৃন্দ আৰু NE Talks ❤️🙏🙏🙏

আৰু ভাল ভাল কন্টেন্ট দিব চেষ্টা কৰিম ৷

1 year ago | [YT] | 3,423