SEEMA GOGOI Official



SEEMA GOGOI Official

https://youtu.be/z1dznsJ2TqU?si=gIUGb...

আজৰি সময়ত কৰা মোৰ সৰু ফুলৰ বাগিচা 🌿🪴🌺

1 year ago | [YT] | 7

SEEMA GOGOI Official

বিহু প্ৰেমী ৰাইজৰ সহায় আৰু সহযোগিতা কামনা কৰিলোঁ 🙏🙏

1 year ago | [YT] | 10

SEEMA GOGOI Official

https://youtu.be/Pl5JG_Qg2YI?si=hnpXR...
সমূহ ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মই জনাব পাই সুখী যে
"মোৰে বহনা " নতুন বিহু গীতটি আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ karone 106.8k views পাৰ কৰিলে এইয়া কেৱল সম্ভৱ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে ইমান সৰু channel এটা আগবঢ়াই নিয়াৰ কাৰনে যিসকলে আন্তৰিকতাৰে মৰম দি মোৰ ইমান সৰু channel tu এক টকা পইচা promotion namot খৰচ নকৰাকৈ আগবঢ়ায় নিলে সেই ব্যক্তি সকলৰ বাবে সদাই চিৰ কৃতজ্ঞ হৈ ৰম🙏🙏🙏

1 year ago | [YT] | 21