Dipika Phukan official *Xopunar Rengoni*

গীত,নৃত্য,কবিতা আৰু অন্যান্য বহুতো....
ভাল লগা কামবোৰ,ভাল লগা সময়ৰ স্মৃতিবোৰ সংৰক্ষণ কৰাৰ লগতে আপোনালোকৰ লগত চেয়াৰ কৰাৰ মানসেৰে কিছু প্ৰয়াস..,ভাল লাগিলে channel টো subscribe কৰিব দেই,
Music, Dance, Poem, Short vedio, stage performance & more.....

Dipika Phukan official *Xopunar Rengoni*

Bihu Program 2026 at Jamuguri Panch ali, Dhemaji.

1 month ago (edited) | [YT] | 9

Dipika Phukan official *Xopunar Rengoni*

PAHARORE DHUNIYA SUALIJONI
Dipika Phukan live perform..
Me-Dam-Me-Phi Habung. 2026

3 months ago | [YT] | 12

Dipika Phukan official *Xopunar Rengoni*

Me-Dam-Me-Phi Habung. 2026
Dipika Phukan live perform..

4 months ago | [YT] | 12

Dipika Phukan official *Xopunar Rengoni*

Me-Dam-Me-Phi Habung. 2026
Dipika Phukan live perform..

4 months ago | [YT] | 12

Dipika Phukan official *Xopunar Rengoni*

মাছখোৱা ধেনুখনা গাঁৱত আয়োজিত পৱিত্ৰ মে-ডাম-মে-ফীৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি বহুতেই ভাল লাগিল। আপোনাসৱে সংগীতানুষ্ঠান পৰিবেশনৰ বাবে আমাক নিমন্ত্ৰণ কৰি যি মৰম, আদৰ আৰু প্ৰেৰণা দিলে তাৰ বাবে ধেনুখনাবাসী ৰাইজ আৰু মে-ডাম-মে-ফী আয়োজন কৰা পৰিচালনা সমিতিৰ সকলো বিষয়-ববীয়ালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ 🙏🙏

4 months ago | [YT] | 36

Dipika Phukan official *Xopunar Rengoni*

ধেমাজিৰ ঐতিহাসিক হাবুংস্থলীত হাবুং উন্নয়ন-পৰিচালনা সমিতি, তাই-আহোম ছাত্ৰ সন্থাৰ সহযোগত আয়োজিত পৱিত্ৰ মে-ডাম-মে-ফীৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি বহুতেই ভাল লাগিল। আপোনাসৱে সংগীতানুষ্ঠান পৰিবেশনৰ বাবে আমাক নিমন্ত্ৰণ কৰি যি মৰম, আদৰ আৰু প্ৰেৰণা দিলে তাৰ বাবে হাবুং উন্নয়ন-পৰিচালনা সমিতিৰ লগতে মে-ডাম-মে-ফীৰ সকলো বিষয়-ববীয়াৰ তথা হাবুংবাসী সন্মানীয় ৰাইজলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ 🙏🙏

4 months ago | [YT] | 46

Dipika Phukan official *Xopunar Rengoni*

Dipika phukan live performance

4 months ago | [YT] | 12

Dipika Phukan official *Xopunar Rengoni*

মোৰ মনৰে কল্পনাত জেতুকা হোৱানা,,
জীয়াঢল সংগীত মহোৎসৱৰ এটি সুন্দৰ ক্ষণ

5 months ago | [YT] | 11

Dipika Phukan official *Xopunar Rengoni*

মায়া মাথো মায়া ,,
জীয়াঢল সংগীত মহোৎসৱৰ এটি সুন্দৰ ক্ষণ

5 months ago | [YT] | 11

Dipika Phukan official *Xopunar Rengoni*

অস্থিৰ আৱেগৰ পৰশ লোৱানা ,,
জীয়াঢল সংগীত মহোৎসৱৰ এটি সুন্দৰ ক্ষণ

5 months ago | [YT] | 11