ATTSA or the ‘Assam Tea Tribes Students Association’ was formed at Tangakhat of Dibrugarh district of Assam. It was formed during the conference organized by the ‘Chotanagpuri Chatra Sanmilon’ on December 28 ,1947 .This is a very significant Students’ organization of the tea tribe community of Assam. We raises our voice in the issue of border dispute, illegal migration, flood, corruption and other burning issues of Tea Gardens.
📍 Santosh Kumar Topno , Secretary of Assam Tea Tribes Students Association (ATTSA) was the Founder of ATTSA .
📍 Simon Singh Horo , President of Assam Tea Tribes Students Association (ATTSA) was the Founder of ATTSA .
Assam Tea Tribes Students Association : ATTSA
অসম চাহ জনজাতি ছাত্ৰ সন্থা, গোলাঘাট জিলাৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ ঊনংবিশততম কেন্দ্ৰীয় সাধাৰণ অধিবেশনত শ্ৰী জগদীশ বৰাইক দেৱক মুল প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা ফেচবুক পৰিয়াল তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা জনালোঁ।
Congratulation Mr Jagdish Baraik : Assam Tea Tribes Student Association : ATTSA
জয় আই অসম!
জয় ATTSA!
8 months ago | [YT] | 0
View 0 replies
Assam Tea Tribes Students Association : ATTSA
অসম চাহ জনজাতি ছাত্ৰ সন্থা,নগাওঁ জিলাৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ ঊনংবিশততম কেন্দ্ৰীয় সাধাৰণ অধিবেশনত শ্ৰী মহেন্দ্ৰ নায়ক মুল প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা ফেচবুক পৰিয়াল তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা জনালোঁ।
Congratulation Mr Mahendra Nayak : Assam Tea Tribes Student Association : ATTSA
জয় আই অসম!
জয় ATTSA!
8 months ago | [YT] | 2
View 0 replies
Assam Tea Tribes Students Association : ATTSA
🎉 জন্মদিনৰ শুভেচ্ছা 🎉
প্ৰতিভাৰ জ্যোতিতে উজ্জ্বলিত অসমীয়া জনজাতীয় সঙ্গীতৰ উজ্জ্বল তৰা পদ্মশ্ৰী দুলাল মানকী ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
আপোনাৰ সুৰৰ মাধুৰী আৰু সাংস্কৃতিক অৱদান আগন্তুক প্ৰজন্মলৈ চিৰস্থায়ী প্ৰেৰণা হৈ থাকক। সুস্থ আৰু দীঘল জীৱনৰ বাবে শুভকামনা জনালোঁ। 🌸🎶
📜 দুলাল মানকী – সংক্ষিপ্ত পৰিচয় 📜
দুলাল মাঙ্কী অসম চাহ জনজাতীয় লোকসঙ্গীতৰ এক অনন্য শিল্পী আৰু সুৰৰ জাদুকৰ। বহু দশক ধৰি জনজাতীয় লোকগীতি, বিশেষকৈ ঝুমুৰ, তাপু আৰু চাহ জনজাতীয় সাংস্কৃতিক সংগীত বিশ্বমঞ্চত উজ্বল কৰি তুলিছে।
তেখেতৰ অসামান্য সাংস্কৃতিক অৱদানৰ বাবে ভাৰত চৰকাৰে ২০২৩ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰে।
চাহ জনজাতীয় সঙ্গীতক বিশ্বমানচিত্রত প্ৰতিষ্ঠিত কৰাত তেখেতৰ ভূমিকা অবিস্মৰণীয়।
Happy Birthday Sir - All Assam Tea Tribes Student Association : ATTSA
জয় আই অসম !
জয় আট্ছা !
10 months ago | [YT] | 1
View 0 replies
Assam Tea Tribes Students Association : ATTSA
#আমাৰ গৌৰৱ !
Congratulation !
বিশ্বনাথৰ জিলাৰ ড৽লিখনেশ্বৰ ঘাটোৱাৰ আৰু ড৽ অঞ্জলি কৰ্মকাৰ ঘাটোৱাৰৰ সুযোগ্য পুত্ৰ ড৽ নিশ্বান্ত কাশ্যপ ঘটোৱাৰে পুথিভঁৰাল বিজ্ঞানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সফলতাৰে ডক্টৰেট (Phd) ডিগ্ৰী লাভ কৰি বিশ্বনাথৰ লগতে জনগোষ্ঠীটোলৈ সুখৰ বতৰা কঢ়িয়াই আনে ।
তেখেতক আন্তৰিক অভিনন্দন আৰু শুভকামনা জনালো ।
জয় আই অসম
জয়তো আটছা
অসম চাহ জনজাতি ছাত্ৰ সন্থা
অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA)
11 months ago | [YT] | 1
View 0 replies
Assam Tea Tribes Students Association : ATTSA
অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ প্ৰতিষ্ঠাপক সভাপতি, চাহ জনগোষ্ঠীৰ পিতামহ স্বৰূপ পৰম শ্রদ্ধাৰ প্ৰয়াত ছাইমন সিং হ’ৰ’ ডাঙৰীয়াৰ আজি ৪৫সংখ্যক পৱিত্র পুণ্যতিথি। চাহ জনজাতিৰ কল্যাণ আৰু উন্নতিৰ হকে নিজৰ জীৱন সমৰ্পণ কৰা ছাইমন সিং হ'ৰ' ডাঙৰীয়াৰ কর্মৰাজি আৰু আদর্শৰে আমি মহীয়ান আৰু তেখেতে আগবঢ়োৱা অৱদান প্রতিগৰাকী অসমবাসীৰ বাবে প্রেৰণাৰ অমল উৎস।
চিৰস্মৰণীয় ব্যক্তিসত্তাগৰাকীক আজিৰ এই পৱিত্র পুণ্যতিথিত অন্তৰৰ শ্রদ্ধা নিবেদন কৰি শতসহস্র প্রণিপাত জনালোঁ - Assam Tea Tribes Students Association : ATTSA
জয় আই অসম
জয়তো আটছা
অসম চাহ জনজাতি ছাত্ৰ সন্থা
অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA)
11 months ago | [YT] | 0
View 0 replies
Assam Tea Tribes Students Association : ATTSA
#PHOTO || অসম চৰকাৰে চাহ বাগিচা এলেকাত স্বাস্থ্যসেৱা বৃদ্ধিৰ শুভাৰম্ভ অসমৰ জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধ ৷
▶️ মাতৃ আৰু শিশুৰ স্বাস্থ্য উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব :
১) যোৱা বছৰ চাহ বাগিচা চিকিৎসালয়লৈ ৬৪৯ খন ৰোগী পৰিবহণ বাহন যোগান ধৰা হৈছে ।
২) গৰ্ভৱতী মহিলাক ১৫,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা যিয়ে ১.৫৭ লাখতকৈ অধিক মহিলাক উপকৃত কৰা, ডিবিটি ১৪৯.২৩ কোটিতকৈ অধিক ।
৩/ পিপিপি মোডত ১৮৩টা চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰৰ সৈতে বুজাবুজি চুক্তি ।
৪/ চাহ বাগিচাৰ চিকিৎসালয়ত ৩৫৪ টা আয়ুষমান আৰোগ্য মন্দিৰ গ্ৰহণ ।
৫) চাহ বাগিচাৰ চিকিৎসালয়ত ৫৪ গৰাকী নতুন চিকিৎসক নিযুক্তি ।
1 year ago | [YT] | 0
View 0 replies
Assam Tea Tribes Students Association : ATTSA
জাতীয় বীৰ শ্বহীদ মুক্তিনাথ গোৱালাদেৱৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছো।কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক শ্বহীদ মুক্তিনাথ গোৱালাৰ আপোচবিহীন আদৰ্শ, চাহ শ্ৰমিক সকলক শোষণৰ পৰা মুক্ত, প্ৰাপ্য অধিকাৰৰ, হকে মাত মতা সংগ্ৰামী শ্ৰমিক নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন "চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি" ৰ প্ৰাক্তন সাধাৰণ সম্পাদক,, জন নেতা অখিল গগৈৰ একালৰ সতীৰ্থ, জনপ্ৰিয় আদিবাসী চাহ জনগোষ্ঠীৰ নেতা মুক্তিনাথ গোৱালাদেৱৰ মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। জাতীয় বীৰ শ্বহীদ মুক্তিনাথ গোৱালা অমৰ হওক।
||জয় আই অসম||
||জয় আই আৰ্টছ ||
1 year ago | [YT] | 0
View 0 replies
Assam Tea Tribes Students Association : ATTSA
আজি ২৬-০৫-২০২৫ তাৰিখে জগন্নাথ ভৱন, বোকাখাত চাহ বাগিছাত অসম চাহ জনজাতি ছাত্ৰ সন্থা, গোলাঘাট জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন উদযাপনৰ বাবে আয়োজিত উদযাপন সমিতি গঠণৰ ৰাজহুৱা সভাত অনুষ্ঠিত হয়।
সভাত উপস্থিত থাকে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী ধীৰাজ গোৱালা , সম্পাদক শ্ৰী জগদীশ বৰাইক লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু গোলাঘাট জিলা সমিতিৰ বিষয়ববিয়া সকল।
1 year ago | [YT] | 4
View 0 replies
Assam Tea Tribes Students Association : ATTSA
#PHOTO || ATCL চাহ বাগিচাৰ চাহ শ্রমিকসকলৰ বাবে সুখবৰ — ১ অক্টোবৰ ২০২৫ ৰ পৰা ₹২৫০ টকা হব।অসমৰ Assam Tea Corporation Limited (ATCL)-ৰ অধীনত থকা চাহ বাগিচাৰ চাহ শ্রমিকসকলৰ বাবে সুখবৰ । অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ঘোষণা কৰিছে যে অহা ১ অক্টোবৰ, ২০২৫ তাৰিখৰ পৰা ATCL-ৰ চাহ বাগিচাৰ সকলো চাহ শ্রমিকে দৈনিক মজুৰী ₹২৫০ টকা দৰমহা লাভ কৰিব।
1 year ago | [YT] | 4
View 0 replies
Assam Tea Tribes Students Association : ATTSA
হোজাইৰ আজাৰবাৰীৰ প্ৰথমগৰাকী সন্তল আৰু চাহ জনজাতি ছোৱালী মাৰ্টিনা টুডুৱে এম বি বি এছ ডিগ্ৰী লাভ কৰিছে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা সমাপ্ত কৰি পৰিয়াল আৰু সমাজৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰে।
Congrajulation Miss Martina Tudu - ATTSA
1 year ago | [YT] | 1
View 0 replies
Load more