JIBONOR EITU HITU

Bussiness e-mail-jibonoreituhitu@gmail.com


Facebook link:-www.facebook.com/profile.php?id=100070733444503&am…


JIBONOR EITU HITU

কইনাক মৰম দিয়াৰ বাবে❤️

1 week ago | [YT] | 40

JIBONOR EITU HITU

চুটিছবিখনে তিনিলাখ ভিউজ সম্পূৰ্ণ কৰিলে । আপোনালোকৰ কমেণ্টে প্ৰমাণ কৰিলে আমাৰ কষ্টবোৰ অথলে নাই যোৱা❤️🙏সকলোকে ধন্যবাদ❤️🙏

1 week ago | [YT] | 59

JIBONOR EITU HITU

সকলোকে ধন্যবাদ ইমান সুন্দৰ মন্তব্যৰ বাবে🙏❤️ইতিমধ্যে ২লাখ ভিউজ সম্পূৰ্ণ হৈছে । দৰ্শকৰ এনে সঁহাৰিয়ে আৰু কাম কৰিবলৈ কষ্ট কৰিবলৈ উৎসাহ দিয়ে🙏

2 weeks ago | [YT] | 48

JIBONOR EITU HITU

আজি দেওবাৰ যদিও আমাৰ নতুন ভিডিঅ' "কইনা"ৰ বাবে দিয়া হোৱা নাই । তিনিপো , তিনি বোৱাৰী আৰু শাহুআই লগতে চাৰিজীয়ৰী আৰু মাক-বাপেক'খনো অহা মঙ্গলবাৰৰপৰা চাবলৈ পাব আগৰ সময়সীমাৰ দৰেই ।🙏❤️

2 weeks ago | [YT] | 78

JIBONOR EITU HITU

৮:৩০ত লাইভ আহিম লগত থাকিব টীমৰ প্ৰায়সংখ‍্যক ❤️। আহিব সকলো ।

3 weeks ago | [YT] | 2,293

JIBONOR EITU HITU

বহু অপেক্ষাৰ অন্ত পেলাই সমূহ "জীৱনৰ ইটো-সিটো"টীমৰ অশেষ কষ্টৰ ফচল "কইনা" এখন ব্যতিক্ৰমী চিন্তা-ধাৰাৰে পৰিপুষ্ট চুটিছবি, পৰিয়ালৰ সকলোৱে একেলগে উপভোগৰ যোগ্য আহি আছে কালিলৈ দুপৰীয়া 2:30বজাত । চাবলৈ নাপাহৰিব। আশীৰ্বাদ কৰিব❤️🙏

3 weeks ago | [YT] | 1,865

JIBONOR EITU HITU

আপোনালোকে বহু অপেক্ষাৰে ৰৈ থকা "কইনা" চুটিছবিখন অহা শুক্ৰবাৰে চাবলৈ পাব । আশীৰ্বাদ কৰিব🙏

3 weeks ago | [YT] | 22

JIBONOR EITU HITU

আমাৰ চাৰি জীয়ৰীৰ, ডাঙৰজনীৰ বিয়া ওলাইছে 😍

4 weeks ago | [YT] | 2,848

JIBONOR EITU HITU

মলুৱাৰ বিয়া,জোৰোণ চাবলৈ মন আছেনে?

1 month ago | [YT] | 4,018

JIBONOR EITU HITU

মুৰ্খ পণ্ডিত দুজনমানে গ্লভছ পিন্ধা দেখি মাটি চুবলৈ ঘিণ কৰো বুলি কৈছে। গাধকেইটাক কৈছো -ৰাসায়নিক সাৰ আৰু ব্ৰইলাৰ গো দিওতে গ্লভছ পিন্ধাটো ভাল নে বেয়া ,নে তেওঁলোকে ব্ৰইলাৰ গু হাতত লৈ শুঙে? ৰিপ্লাই দিয়কচোন । ফটোখন দেখি জপিয়াই উঠিছে কমেণ্ট দিবলৈ এতিয়া ভিডিঅ’টো চাই লওক

1 month ago | [YT] | 105