Time8 is a Digital News Platform from the Northeast. Ushering a revolution in the region in terms of dedicated newsgathering, unbiased and fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists.


TIME8 News

অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হল নতুন মুখ। কেবিনেট মন্ত্ৰী হিচাপে স্থান লাভ কৰিলে সুশান্ত বৰগোহাঁইয়ে।

4 hours ago | [YT] | 63

TIME8 News

অভিজ্ঞ আৰু জ্যেষ্ঠ হিচাপে দ্বিতীয়বাৰলৈ কেবিনেট মন্ত্ৰী হল ডাঃ ৰণোজ পেগু। কাইলৈ গ্ৰহণ কৰিব শপত

4 hours ago | [YT] | 47

TIME8 News

দ্বিতীয়বাৰলৈ অসমৰ কেবিনেট মন্ত্ৰীৰূপে কাইলৈ শপত গ্ৰহণ কৰিব পীয়ুষ হাজৰিকাই।

4 hours ago | [YT] | 71

TIME8 News

কেবিনেট মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত বিধায়ক কৃষ্ণেন্দু পাল। কাইলৈ কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব কৃষ্ণেন্দু পালে

4 hours ago | [YT] | 17

TIME8 News

দ্বিতীয়বাৰলৈ কেবিনেট মন্ত্ৰী হব কেশৱ মহন্ত। কাইলৈ গ্ৰহণ কৰিব শপত।

4 hours ago | [YT] | 29

TIME8 News

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান লাভ কৌশিক ৰায়ৰ। কাইলৈ গ্ৰহণ কৰিব শপত

4 hours ago | [YT] | 16

TIME8 News

প্ৰথমবাৰলৈ বিধায়ক নিৰ্বাচিত হৈয়েই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ স্থান লাভ কৰিলে মঙলদৈ সমষ্টিৰ বিধায়িকা নীলিমা দেৱীয়ে

5 hours ago | [YT] | 36

TIME8 News

পুনৰবাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাবে স্থান লাভ কৰিলে জয়ন্ত মল্ল বৰুৱাই

5 hours ago | [YT] | 8

TIME8 News

মুখ্যমন্ত্ৰীৰ চূড়ান্ত ঘোষণা। মন্ত্ৰীসভাত স্থান লাভ বিশ্বজিৎ দৈমাৰীৰ, কাইলৈ মন্ত্ৰী হিচাপে শপত ল’ব বিশ্বজিৎ দৈমাৰীয়ে

5 hours ago | [YT] | 17

TIME8 News

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে নতুন মন্ত্ৰীৰ তালিকা, কাইলৈ শপত ল’ব বিমল বৰাই

5 hours ago | [YT] | 15