RITE Education ৰ জৰিয়তে সকলো পাঠদান পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰোৱা হয় আৰু বিশেষকৈ NET আৰু SLET আৰু অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰে।
অসমৰ যিকোনো Competitive Exam যেনে SLET, Common Entrance Exam, আৰু Assam TET, ইত্যাদিৰ বাবে জানিবলগীয়া সকলো কথা আমি আলোচনা কৰো।
ধন্যবাদ।
Thank You! Keep Supporting.
Cont. rite.klb@gmail.com



RITE Education

sletneonline.co.in/ Online হৈ আছে

6 months ago | [YT] | 4

RITE Education

sletneonline.co.in/ - Online হৈ আছে।

6 months ago | [YT] | 4

RITE Education

ভৱ ভয় ভঞ্জন ৰঞ্জন সজ্জন- গুৰুজনাৰ ভটিমাৰ এটি উদাহৰণ -

1 year ago | [YT] | 14

RITE Education

ব্যৱহাৰিক আসমীয়া অভিধান-২০১৩ ৰ প্ৰণেতা

1 year ago | [YT] | 10

RITE Education

'জাল কটা জুই' শীৰ্ষক গল্প সংকলন হল

1 year ago | [YT] | 15

RITE Education

"Assamse : Its Formation And Development" -1941।
অসমীয়া সাহিত্যৰ প্ৰাচীন যুগৰ ওপৰত নিৰ্ধাৰিত- এই গৱেষণামূলক গ্ৰন্থখনৰ ৰচক-

1 year ago | [YT] | 20

RITE Education

শীলভদ্ৰ কোন গৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদৰ ছদ্মনাম -

1 year ago | [YT] | 11

RITE Education

"ভেকুলীৰ পিঠিত খহু কিয় হ'ল" -

(SLET 2025)

1 year ago | [YT] | 13

RITE Education

"অসমীয়া সাহিত্যৰ চানেকী" ৰ ৰচনা পণ্ডিত হেমচন্দ্ৰ গোস্বামী। তেওঁ অসমীয়া সাহিত্যৰ প্ৰাচীনতম কাল চোৱাক কি যুগ বুলি অভিহিত কৰিছিল -

1 year ago | [YT] | 14