DH Assamese Education

প্ৰথম নমস্কাৰ গ্ৰহণ কৰিব।
DH ASSAMESE EDUCATION পৰিয়াললৈ আপোনাক স্বাগতম জনাইছো। আশা কৰোঁ আপুনিও এই অসমীয়া Channel টো Subscribe কৰি একো একোজন সদস্য হ'ব।

মই যিমান পাৰোঁ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকক সকলো প্ৰকাৰে সহায় কৰিবলৈ চেষ্টা কৰিম।
আপুনিও এই মোৰ সৰু অসমীয়া Channel টো subscribe কৰি উৎসাহ প্ৰদান কৰিব বুলি আশাবাদী।
তুমি আনক সহায় কৰা তোমাৰ সহায় ঈশ্বৰে কৰিব।
শেষত সকলো লৈ শুভ কামনা জ্ঞাপন কৰিছোঁ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
ভালে থাকক সকলোৰে পিতৃ মাতৃৰ লগতে পৰিয়ালৰ সকলোৱে।
ধন্যবাদ।

Contact for Sponsorship:

educationforall0.10@gmail.com





First Video Upload : 16 May 2022
500 Subscriber : 24 Jun 2022
1000 Subscriber : 6 August 2022


Apply for Monitization: 7 September 2022

Monitization Accept : 13 September 2022

SUBSCRIBE PLEASE

Assamese
#assamese


DH Assamese Education

আপুনি কোনটো Entrance ৰ Preparation কৰি আছে ?

1 month ago | [YT] | 1

DH Assamese Education

🇮🇳 গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা 🇮🇳
সংবিধান আমাৰ শক্তি 💪
ঐক্য আমাৰ পৰিচয় 🤝
ভাৰত আমাৰ গৌৰৱ ❤️
জয় হিন্দ | জয় ভাৰত

4 months ago | [YT] | 9

DH Assamese Education

অবিশ্বাস্য 😭 ।

8 months ago | [YT] | 7

DH Assamese Education

আমাৰ প্রতিটো ভিডিঅ’ত আপোনালোকৰ মৰম, মন্তব্য আৰু সমৰ্থনেই আমাৰ আগবাঢ়ি যোৱাৰ শক্তি। এই ১৮ হাজাৰজন Subscriber আমাৰ জীৱনৰ গৰ্বৰ প্ৰতীক। আপোনালোকৰ বাবে মই আগলৈও নিষ্ঠাৰে কাম কৰি যাম।

9 months ago (edited) | [YT] | 10

DH Assamese Education

Best of Luck to dear all B.ed Applicants...

9 months ago | [YT] | 14

DH Assamese Education

1.A person who hates mankind is called

10 months ago | [YT] | 8

DH Assamese Education

ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন?

10 months ago | [YT] | 9

DH Assamese Education

Bodoland University B.ed entrance ৰ Gk কোনটো Medium ত লাগে ।

10 months ago | [YT] | 6

DH Assamese Education

BTR Grade 3 HS level কিমান পাবা ?

10 months ago | [YT] | 3