নমস্কাৰ বন্ধুসকল! ✋
মোৰ Nabajit 4X চেনেলটোলৈ আপোনালোকক স্বাগতম!
​মোৰ নাম নবজিৎত। এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক মোৰ দৈনন্দিন জীৱনৰ যাত্ৰা, নতুন নতুন ঠাই ভ্ৰমণৰ অভিজ্ঞতা আৰু কিছুমান আমোদজনক মুহূৰ্ত দেখুৱাবলৈ চেষ্টা কৰোঁ।
​এই চেনেলত আপুনি দেখিবলৈ পাব-
​🎥 Daily Vlogs (দৈনন্দিন জীৱনৰ অভিজ্ঞতা)
​✈️ Travel Vlogs (নতুন ঠাইৰ ভ্ৰমণ)
​🍱 Food & Culture (খাদ্য আৰু আমাৰ সংস্কৃতি)
​✨ Special Life Events (মোৰ জীৱনৰ বিশেষ মুহূৰ্তসমূহ)
​মই বিচাৰোঁ মোৰ ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোকক অলপ মনোৰঞ্জন দিবলৈ। যদি আপোনালোকে মোৰ কামবোৰ ভাল পায়, তেন্তে এতিয়াই Subscribe কৰক আৰু আমাৰ ২৯ হাজাৰতকৈও অধিক সদস্যৰ এই সুন্দৰ পৰিয়ালটোৰ অংশ হওক!
​Follow Me On:
​Instagram: @Nabajit___4x
​Facebook: Nabajit Yt
For any business queries and collaboration mail id 👇
nabajitsaharia77@gmail.com


Nabajit 4X

"বন্ধসকল, চেন্নাইত এটা আনাচৰ দাম ৯০ টকা! আপোনালোকে কেতিয়াবা ইমান দামী ফল খাইছে নেকি? কমেণ্ট কৰি কওঁক! 👇"

1 month ago | [YT] | 3

Nabajit 4X

Adiyogi Shiva Temple 🙏

2 years ago | [YT] | 13