From breaking news to in-depth stories, we have got you covered! Follow us and never miss a beat.

FOLLOW US
Facebook: NB News
www.facebook.com/nbnewstv/

Instagram: @nbnewstv
www.instagram.com/nbnewstv/
X: @nbnewstv
x.com/nbnewstv

Website:
nbnewstv.com/



NB News

বজালীৰ গলিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা শোকাৱহ পথ দুৰ্ঘটনা।
#nbnews #nbnewsdigital

13 minutes ago | [YT] | 4

NB News

আজি বিশেষ ফাষ্টট্রেক আদালতত হ'ব জুবিন গাৰ্গৰ ঘটনাৰ গোচৰৰ শুনানি।
#nbnews #nbnewsdigital #JusticeForZubeenGarg

14 minutes ago | [YT] | 9

NB News

MGNREGAৰ ফলক বাগৰি দুই কণমানিৰ সৈতে সংঘটিত শোকাৱহ ঘটনা।
#nbnews #nbnewsdigital #MGNREGA

18 hours ago | [YT] | 78

NB News

'মানুহে ইচ্ছা কৰিলে পেট্ৰ’ল পাম্পত ১০০% বিশুদ্ধ পেট্ৰ’ল কিনিব পাৰিব, কিন্তু ইয়াৰ বাবে অধিক ধন দিব লাগিব৷ ইথানল মিশ্ৰিত ইন্ধনৰ বাবে যান-বাহন বিকল হোৱাৰ কোনো সমস্যা নাই।— নীতিন গাডকাৰী

#NitinGadkari #E20 #petrol #xp100

18 hours ago | [YT] | 167

NB News

📌আহমেদাবাদ বিমান দুৰ্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ত Aircraft Accident Investigation Bureau ৰ শপতনামা
📌‘‘ৰাজহুৱা কৰা নহ’ব ককপিট ভয়েচ ৰেকৰ্ডিং (CVR), বিমানখনৰ ভিতৰৰ ভিডিঅ’ বা অডিঅ’ ৰেকৰ্ডিং!’’
#nbnews #nbnewsdigital

18 hours ago | [YT] | 24

NB News

বাজেটত অসমে ৮,৪৫৭ মেগাৱাট বিদ্যুৎ উৎপাদনৰ পৰিকল্পা কৰিছে ।
#nbnews #nbnewsdigital

20 hours ago | [YT] | 45

NB News

বাজেটত অসমে ৮,৪৫৭ মেগাৱাট বিদ্যুৎ উৎপাদনৰ পৰিকল্পা কৰিছে ।
#nbnews #nbnewsdigital

20 hours ago | [YT] | 28

NB News

'অসমত ছিণ্ডিকেট শব্দটো নাইকীয়া হৈ যাব।'
#nbnews #nbnewsdigital

20 hours ago | [YT] | 24

NB News

বিধানসভাত হিন্দী ভাষা সংযোজন হোৱাৰ পিছত প্ৰথমবাৰলৈ হিন্দীত ভাষণ প্ৰদান কৰিলে বিধায়ক বিজয় গুপ্তাই
#nbnews #nbnewsdigital

20 hours ago | [YT] | 16

NB News

'গুজৰাটৰ জিম কৰ্বেট পাৰ্কৰ ভিতৰত 5 STAR বনাইছে। কাজিৰঙাত 5 STAR হ'লে টকা দিব পৰা পৰ্যটক আহিব। হাতী, জীপ চাফাৰী, দোকানীয়ে পইচা পাব তাকো বিৰোধিতা কৰে আমাৰ একাংশই।'- মুখ্যমন্ত্ৰী।
#nbnews #nbnewsdigital

20 hours ago | [YT] | 117